ছিক্কিম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 1 langlinks, now provided by Wikidata on d:q1505
No edit summary
71 নং শাৰী:
''' ছিক্কিম''' ({{lang-en|Sikkim}}) ({{Audio|Lif-Sikkim.ogg|শুনক|help=no}}) [[হিমালয়]] পৰ্বতমালাৰ ওপৰত অৱস্থিত [[ভাৰতবৰ্ষ]]ৰ এখন [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|ৰাজ্য]]। ছিক্কিমৰ জনসংখ্যা আৰু মাটিকালি ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত [[গোৱা]]ৰ পিছতেই আটাইতকৈ কম।<ref name="Census">{{cite web | url = http://www.census.gov/ipc/prod/ib-9701.pdf#search=%22india%20state%20population%22 | title = Population Trends: India | accessdate = 4 November 2008 | author = Arjun Adlakha | year = 1997 | month = April | format = pdf | work = International brief | publisher = U.S. Department of Commerce | page = 5 }}</ref> ছিক্কিম ''নামজ্ঞাল ৰাজবংশ''ৰ দ্বাৰা শাসিত এখন স্বাধীন ৰাষ্ট্ৰ আছিল। কিন্তু প্ৰশাসনিক সমস্যাৰ ফলত হোৱা এক জনমতৰ পিছত ই ভাৰতবৰ্ষৰ লগত মিলি যায়। ইয়াৰ ফলতেই ছিক্কিমত ৰাজতন্ত্ৰৰ অন্ত তথা ইয়াত [[ভাৰতীয় সংবিধান]]ৰ নিয়ম-প্ৰণালীৰ মতে এখন ৰাজ্যলৈ পৰিৱৰ্তন হয়।
 
এই ৰাজ্যৰ পশ্চিমে [[নেপাল]], উত্তৰ আৰু পূব দিশত [[তিব্বত]], দক্ষিণ-পূবে [[ভূটান]] আৰু দক্ষিণে [[পশ্চিমবংগ]] ৰাজ্য অৱস্থিত। <ref name="Physical Feature">{{cite web | url = http://sikkimipr.org/GENERAL/ecosystem/ecosystem.htm | title = Physical Features of Sikkim | accessdate = 12 October 2006 | date = 29 September 2005 | publisher = Department of Information and Public Relations, Government of Sikkim | archiveurl = http://web.archive.org/web/20060702113711/http://www.sikkimipr.org/GENERAL/ecosystem/ecosystem.htm <!-- Bot retrieved archive --> | archivedate = 2 July 2006 }}</ref> ভাৰতবৰ্ষৰ ছিক্কিম হৈছে এনে এক ৰাজ্য য'ত নেপালী সম্প্ৰদায় মানুহৰ সংখ্যা সকলোতকৈ বেছি।<ref>http://www.sikkiminfo.net/nepalese.htm SikkimInfo.net. Retrieved 2011-09-24.</ref> ইয়াত ১১টাকৈ চৰকাৰী ভাক্ষাভাষা ব্যৱহৃত হয় - নেপালী, লেপছা, ভূটিয়া, লিম্বু, নেৱাৰী, ৰায়, গুৰুঙ, মাংগাৰ, শ্বেৰ্পা, তামাঙ আৰু ছুনৱাৰ।<ref>{{cite web | url = http://www.darjeelingtimes.com/news/print/2208.html | title = Nepali Language in the Eighth Schedule of Constitution | accessdate = 10 March 2010 | date = Oct 13,2009 | author = Sonam Wangdi }}</ref><ref>[[Lepcha language|Lepcha]] has been an official language since 1977, [[Limbu language|Limbu]] since 1981, [[Tamang language|Tamang]] since 1995 and [[Sunwar language|Sunwar]] since 1996.</ref> স্কুল সমূহত শিক্ষাৰ মাধ্যম হিচাপে আৰু চৰকাৰী নথি-পত্ৰত ইংৰাজী ব্যৱহৃত হয়। [[গেংটক]] হৈছে ছিক্কিমৰ ৰাজধানী আৰু ইয়াৰ আটাইতকৈ ডাঙৰ চহৰ।
 
শুনা যায় যে, বৌদ্ধ সন্যাসী গুৰু ''ৰিম্পৌচে''য়ে নৱম শতিকাত ছিক্কিম ভ্ৰমণ কৰি [[বৌদ্ধ ধৰ্ম]] আৰু ৰাজতন্ত্ৰৰ প্ৰচাৰ চলাইছিল। ১৬৪২ চনত ''নামজ্ঞাল ৰাজবংশ''ৰ প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ ১৫০ বছৰৰ ভিতৰত এই ৰাজ্যখনত নেপালী আক্ৰমণকাৰীয়ে লুণ্ঠন তথা বহুতো প্ৰাদেশিক ক্ষতিসাধন কৰিছিল। ইয়াৰ পিছতেই এই ৰাজখনে ব্ৰিটিছ শাসকৰ লগত সম্বন্ধ স্থাপন কৰিছিল। কিন্তু কিছুদিন পিছতেই, তেওঁলোকে ছিক্কিমক নিজৰ শাসনলৈ আনি ইয়াক এখন ''ব্ৰিটিছ সংৰক্ষিত ৰাজ্য''লৈ পৰিৱৰ্তন কৰিছিল। ১৯৭৫ চনৰ এক জনমতৰ পাছত ই এখন ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ লগত মিলি যায়।
"https://as.wikipedia.org/wiki/ছিক্কিম"ৰ পৰা অনা হৈছে