বুৰঞ্জী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
10 নং শাৰী:
আহোম প্ৰশাসনত বুৰঞ্জী প্ৰনয়নৰ এটা সুকীয়া বিভাগ আছিল। পোনতে চিৰিং খেলৰ মানুহে বুৰঞ্জী লিখাৰ কাম কৰিছিল। তেওঁলোকক পৰিচালনাৰ ভাৰ বৰচিৰিং বৰুৱা আৰু চিৰিং ফুকন নামৰ দুজন উচ্চপদস্থ বিষয়াক দিয়া হৈছিল। চিৰিং ফুকনেই প্ৰকৃততে বুৰঞ্জী ৰচনা কৰিছিল। পিছলৈ অসমীয়া ভাষাত লিখা বুৰঞ্জীসমূহৰ নকল কৰিবলৈ লেখাৰু নামৰ এটা খেল নিয়োগ কৰা হৈহিল আৰু লেখকৰ বৰুৱা নামৰ এজন বিষয়াই তেওঁলোকৰ পৰিচালনা কৰিছিল।<ref name="LILA2" /> [[ৰাজেশ্বৰ সিংহ]]ৰ শাসনকালত কীৰ্ত্তি চন্দ্ৰ বৰবৰুৱাই নিজৰ বংশ মৰ্যদা সম্পৰ্কে বিসঙ্গতিপূৰ্ণ তথ্য থকা বুলি ৰজাৰ অনুমতি লৈ বহুতো বুৰঞ্জী জ্বলাই নষ্ট কৰে।<ref>Sarkar, J. N. (1992) ''The Buranjis: Ahom and Assamese'' in The Comprehensive History of Assam Vol II (ed H K Barpujari), Publication Board, Assam</ref> তেতিয়াই বুৰঞ্জী লিখোৱাৰ দায়িত্ব বৰবৰুৱালৈ হস্তান্তৰিত হয়।<ref name="LILA2" />
== বুৰঞ্জী ভিক্তিক আধুনিক পুথি ==
 
{| border=0 cellpadding=2 cellspacing=2
| bgcolor=#cccccc | '''নং.'''
Line 112 ⟶ 111:
* {{cite journal|last1=Hartmann|first1=John F.|title=Phongsawadan Tai-Ahom: Ahom Buranji [Tai-Ahom Chronicles], 2 Vols. Transcribed and translated by Renu Wichasin. Bangkok: Amarin Printing and Publishing Ltd. Pp. xxiv, 993 [Continuous Pagination]. Map, Photos, Tables, Glossary. [In Thai]|journal=Journal of Southeast Asian Studies|date=7 April 2011|volume=28|issue=01|pages=227–229|doi=10.1017/S002246340001554X|ref=harv}}
{{refend}}
[[শ্ৰেণী:অসম বুৰঞ্জী]]
[[শ্ৰেণী:অসমৰ ইতিহাস]]
[[শ্ৰেণী:আহোম ৰাজ্য]]
"https://as.wikipedia.org/wiki/বুৰঞ্জী"ৰ পৰা অনা হৈছে