ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

11 নং শাৰী:
{{TOC right}}
== লিখনশৈলী আৰু সজ্জা ==
=== {{anchor|PAPER}}ৱিকিপিডিয়া কাগজত চপাছপা কৰা বিশ্বকোষ নহয় ===
{{policy shortcut|WP:NOTPAPER|WP:PAPER}}
'''ৱিকিপিডিয়া চপাছপা কৰা বিশ্বকোষ নহয়''', ই হৈছে ডিজিটেল পদ্ধতিৰে নিৰ্মাণ কৰা বিশ্বকোষ৷ ইয়াৰ পৃষ্ঠাত প্ৰকাশ কৰা তথ্য আৰু প্ৰকাশযোগ্য প্ৰবন্ধৰ কোনো সীমাবদ্ধতা নাই৷ ৱিকিপিডিয়াৰ পাতত বিশ্বকোষ এখনৰ উপযোগী সকলো ধৰণৰ প্ৰবন্ধ থাকিব পাৰে৷ ইয়াৰ প্ৰবন্ধসমূহ [[ৱিকিপিডিয়া:5P|ৱিকিপিডিয়াৰ পাঁচটা স্তম্ভ বা ৱিকিপিডিয়াৰ পঞ্চশীল নীতি]]ৰ আধাৰত ব্যৱস্থিত৷
 
এটা প্ৰবন্ধৰ যুক্তিসংগত আকাৰ থকাটো ৱিকিপিডিয়াৰ অধিগম্যতাৰ বাবে প্ৰয়োজনীয়; বিশেষকৈ [[ডায়েল-আপ ইণ্টাৰনেট সংযোগ|ডায়েল আপ]] আৰু [[ম’বাইল ব্ৰাউজাৰ]] ব্যৱহাৰ কৰা পাঠকসকলে দীঘলীয়া প্ৰৱন্ধ হ’লে পৃষ্ঠা ডাউনল’ডত অসুবিধা পাব পাৰে ([[ৱিকিপিডিয়া:প্ৰবন্ধৰ আকাৰ]] চাওক।) দীঘল প্ৰবন্ধ সৰু সৰু অংশত ভাগ কৰা আৰু যথাস্থানত সাৰাংশ লিখাটো প্ৰয়োজনীয় ([[ৱিকিপিডিয়া:সাৰাংশ শৈলী]] চাওক।) চপাছপা বিশ্বকোষৰ প্ৰবন্ধসমূহ সহজে সালসলনি কৰিব নোৱাৰি, কিন্তু ৱিকিপিডিয়াত অধিক তথ্য অন্তৰ্ভুক্ত কৰিব পাৰি, অধিক বৰ্হিসংযোগ দিব পাৰোঁ, আৰু সোনকালে নবীকৰণ কৰিব পাৰি। ৱিকিপিডিয়া আৰু কাগজৰ প্ৰকাশৰ ভিন্নতাৰ বিষয়ে অধিক জানিবলৈ [[ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি]] চাওক।
 
== সমল ==