খিলঞ্জীয়া লোক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: thumb|right|[[ব্ৰাজিল আৰু পাৰাগুৱেৰ খিলঞ্জীয়া গুৰানি লো...
 
No edit summary
6 নং শাৰী:
খিলঞ্জীয়া লোকসকল সচৰাচৰ তেওঁলোকৰ সাৰ্বভৌমত্ব, অৰ্থনৈতিক সুস্থতা আৰু তেওঁলোকৰ সংস্কৃতি নিৰ্ভৰশীল সম্পদসমূহৰ প্ৰতি ভাবুকিৰ সন্মুখীন হয়। সেয়েহে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ যেনে [[ৰাষ্ট্ৰসংঘ]], [[আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা]], [[বিশ্ব বেংক]] আদিয়ে তেওঁলোকৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইনৰ দ্বাৰা ৰাজনৈতিক অধিকাৰ নিৰ্ধাৰণ কৰিছে। ২০০৭ চনত ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় নীতি পৰিচালনাৰ বাবে "খিলঞ্জীয়া লোকৰ অধিকাৰৰ ঘোষণাপত্ৰ" ({{Lang|en|Declaration on the Rights of Indigenous Peoples; UNDRIP}}) জাৰি কৰে য'ত খিলঞ্জীয়া লোকৰ সংস্কৃতি, পৰিচয়, ভাষা আৰু কৰ্মসংস্থান, স্বাস্থ্য, শিক্ষা আৰু প্ৰাকৃতিক সম্পদৰ প্ৰতি অধিকাৰ কথা উল্লেখ কৰা হয়। এক সমীক্ষা অনুসৰি খিলঞ্জীয়া লোকৰ মুঠ জনসংখ্যা ২২ৰ পৰা ৩৫ কোটি বুলি অনুমান কৰা হৈছে।<ref>Bodley 2008:2</ref>
 
[[আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস|বিশ্বৰ খিলঞ্জীয়া লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস]] প্ৰতিবছৰৰ ৯ আগষ্টত পালন কৰা হয়।
 
==তথ্য সংগ্ৰহ==