মায়াৱতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

link দলিত using Find link
1 নং শাৰী:
{{stub}}
 
{{Infobox officeholder
| name = মায়াৱতী
Line 54 ⟶ 53:
| blank1 =
}}
'''মায়াৱতী ''' হ'ল [[ভাৰত]]ৰ এগৰাকী ৰাজনৈতিক মহিলা। তেঁও আগতে [[উত্তৰ প্ৰদেশ]]ৰ মুখ্যমন্ত্ৰীও আছিল। তেঁও [[বহুজন সমাজ পাৰ্টী]] (BSP)ৰ নেত্ৰীও আছিল। ২০০৭ চনৰ বিধানসভা নিৰ্বাচনত তেঁওৰ দলে ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু তেঁও মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। ইয়াৰ আগতেও মায়াৱতীয়ে তিনিবাৰকৈ সৰু-সৰু কাৰ্যকালৰ বাবে ১৯৯৫ চন, ১৯৯৭ চন আৰু [[ভাৰতীয় জনতা পাৰ্টী]]ৰ সমৰ্থনৰ লগতে ২০০২ চনৰ পৰা ২০০৩ চনলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়। তেঁও প্ৰথমগৰাকী [[দলিত]] মহিলা যিয়ে ভাৰতৰ কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়।
 
 
'''মায়াৱতী '''হ'ল [[ভাৰত]]ৰ এগৰাকী ৰাজনৈতিক মহিলা। তেঁও আগতে [[উত্তৰ প্ৰদেশ]]ৰ মুখ্যমন্ত্ৰীও আছিল। তেঁও [[বহুজন সমাজ পাৰ্টী]] (BSP)ৰ নেত্ৰীও আছিল। ২০০৭ চনৰ বিধানসভা নিৰ্বাচনত তেঁওৰ দলে ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু তেঁও মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। ইয়াৰ আগতেও মায়াৱতীয়ে তিনিবাৰকৈ সৰু-সৰু কাৰ্যকালৰ বাবে ১৯৯৫ চন, ১৯৯৭ চন আৰু [[ভাৰতীয় জনতা পাৰ্টী]]ৰ সমৰ্থনৰ লগতে ২০০২ চনৰ পৰা ২০০৩ চনলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়। তেঁও প্ৰথমগৰাকী দলিত মহিলা যিয়ে ভাৰতৰ কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়।
 
== ব্যক্তিগত জীৱন ==
১৯৫৬ চনৰ ১৫ জানুৱাৰীত [[দিল্লী|নতুন দিল্লী]]ৰ এটা [[দলিত]] পৰিয়ালত মায়াৱতীৰ জন্ম হৈছিল। মায়াৱতীৰ সম্পূৰ্ণ নাম হ'ল ''মায়াৱতী প্ৰভু দাস''। তেঁওৰ পিতৃৰ নাম ''প্ৰভু দয়াল'' আৰু মাতৃৰ নাম ''ৰামৰতী''। তেঁওৰ পিতৃ আছিল এজন ভাৰতীয় ডাক বিভাগৰ এজন কৰ্মচাৰী। মায়াৱতীৰ ছজন ভাতৃ আৰু দুজনী ভনীয়েক আছিল। তেঁওৰ পৈতৃক গাঁও হ'ল বাদলপুৰ যি [[উত্তৰ প্ৰদেশ]]ৰ গৌতমবুদ্ধ নগৰ জিলাত অৱস্থিত। বি.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে [[দিল্লী]]ৰ [[কালিন্দী কলেজ]]ৰ পৰা এল.এল.বি. উপাধি গ্ৰহণ কৰে। ইয়াৰ উপৰিও তেখেতে বি.এড. ডিগ্ৰী গ্ৰহণ কৰে। ৰাজনীতিলৈ অহাৰ আগতে তেঁও দিল্লীৰ এখন বিদ্যালয়ত শিক্ষিকা হিচাপে কাম কৰিছিল। মায়াৱতীয়ে [[ভাৰতীয় প্ৰশাসনিক সেৱা]]ৰ পৰীক্ষাৰ বাবেও অধ্যয়ন কৰিছিল, কিন্তু ১৯৭৭ চনত দলিত ৰাজনৈতিক নেতা কাঞ্চীৰামক লগ পোৱাৰ পাছত তেখেতে সম্পূৰ্ণ ৰাজনীতিজ্ঞ হোৱাৰ নিৰ্ণয় লয়।
 
== ৰাজনৈতিক জীৱন ==
"https://as.wikipedia.org/wiki/মায়াৱতী"ৰ পৰা অনা হৈছে