দলিত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
5 নং শাৰী:
 
ভাৰতৰ অনুসূচীত জাতিৰ ৰাষ্ট্ৰীয় আয়োগে দলিত শব্দৰ চৰকাৰী ব্যৱহাৰক "অসাংবিধানিক" আখ্যা দিয়ে আৰু '[[অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি|অনুসূচীত জাতি]]' শব্দৰ ব্যৱহাৰক প্ৰধান্য দিয়ে। পিছে কিছু সূত্ৰৰ অনুসৰি দলিত শব্দই এনে কিছু জনগোষ্ঠীকো সাঙুৰি লৈছে যিসকলক সাংবিধানিক ভাবে অনুসূচীত জাতিৰ স্বীকৃত দিয়া হোৱা নাই আৰু সাধাৰণতে ই ভাৰতৰ নিপীড়িত লোকসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়। [[নেপাল]]তো এনে একেই পৰিস্থিতি বিৰাজ কৰিছে।
 
[[মহাত্মা গান্ধী|মহাত্মা গান্ধীয়ে]] ১৯৩৩ চনত সমাজত [[অস্পৃশ্যতা|অস্পৃশ্য]] বুলি বিবেচনা কৰা লোকসকলক '''হৰিজন''' নামেৰে নামাকৰণ কৰিছিল।<ref>[https://archive.org/details/in.ernet.dli.2015.264996 अछूत कोन और कैसे : डॉ. भीमराव अम्बेडकर, 1949]</ref> হৰিজনৰ অৰ্থ হৈছে [[হৰি]] বা ভগৱানৰ লোক। হৰিজন শব্দটো পাছলৈ মৰ্যাদাহানিকৰ ({{Lang|en|derogatory}}) আৰু অনুপালক ({{Lang|en|patronising}}) বুলি বিবেচনা কৰা হৈছিল। সেয়ে এই শব্দটো বৰ্তমানে ব্যৱহাৰ কৰা নহয়।<ref>{{cite news |last1=Ananya |first1=Vajpeyi |title=How to move a mountain |url=https://www.thehindu.com/opinion/op-ed/how-to-move-a-mountain/article24682600.ece |accessdate=18 September 2018 |publisher=The Hindu |date=14 August 2018}}</ref> দলিত শব্দ ব্যৱহাৰো [[কেৰেলা]] ৰাজ্যত নিষিদ্ধ কৰা হৈছে।<ref>{{cite news |title=Kerala government bans use of the words "harijan" and "dalit" |url=https://www.outlookindia.com/website/story/kerala-government-bans-use-of-words-dalit-and-harijan/303155 |accessdate=18 September 2018 |publisher=Outlook India |date=17 October 2017}}</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/দলিত"ৰ পৰা অনা হৈছে