ৰুদ্ৰেশ্বৰ দেৱালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1,473 বাইট যোগ দিয়া হ’ল ,  2 বছৰৰ পূৰ্বে
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit
কুঁৱৰী পুখুৰীৰ পূবত হিলৈধাৰী পুখুৰী নামেৰে আন এটা পুখুৰী আছে।<ref name="SSMA" />
 
==বৰ্তমান স্থিতি==
[[আহোম ৰাজ্য]]ৰ পতনৰ পিছত অসমত ব্ৰিটিছ শাসন আৰম্ভ হয়। এই কালছোৱাত দেৱালয়খনে ভূমি আৰু ৰাজ সাহায্য হেৰুৱাইছিল। [[অসমত হোৱা ভূমিকম্প (১৮৯৭)|১৮৯৭]] আৰু ১৯৫০ চনৰ ভূমিকম্পত ইয়াৰ বিস্তৰ ক্ষতি সাধন হৈছিল। পিছলৈ মন্দিৰখনৰ ওপৰৰ অংশ বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হল। স্থানীয়লোকে ইয়াৰ মণিকূট আকৌ নিৰ্মান কৰিছিল। বৰ্তমান ই ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণৰ দ্বাৰা ঐতিহাসিকস্থল হিচাপে স্বীকৃতিপ্ৰাপ্ত। ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণ আৰু [[অসম চৰকাৰ|অসম চৰকাৰে]] ইয়াৰ মেৰামতিৰ কাম হাতত লৈছে যদিও সম্পূৰ্ণ হোৱা নাই।<ref name="SSMA" />
==তথ্য উৎস==
{{reflist}}
 
{{Hindu Temples in Assam}}
 
[[শ্ৰেণী:হিন্দুধৰ্মৰ মঠ-মন্দিৰ]]
6,443

টা সম্পাদনা