ইষ্ট ইণ্ডিয়া কোম্পানী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
38 নং শাৰী:
}}
 
'''ইষ্ট ইণ্ডিয়া কোম্পানী''' ({{Lang-en|''' East India Company'''}}) গঠিত হয় ১৫৯৯ চনৰ ২২ছেপ্তেম্বৰত [[ইংলণ্ড]]ত। এইটো কোম্পানীক ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰেও জনা যায়। ১৫৯৯ চনৰে ৩১ ডিছেম্বৰত [[ৰাণী এলিজাবেথে]] এই কোম্পানীক উত্তমাশা অন্তৰীপৰপৰাঅন্তৰীপৰ পৰা উত্তৰ-পূব [[ভাৰত]]ৰ লগতে পূব আৰু দক্ষিণ-পূব [[এছিয়া]]ৰ যিকোনো অঞ্চলতে ব্যৱসায় কৰাৰ অনুমতি দিয়ে। ১৬০০ চনৰপৰা ১৭০৮ চনলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীক "গৱৰ্নৰ এণ্ড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ লণ্ডন ট্ৰেডিং ইনটু দা ইষ্ট ইণ্ডিজ" (Governor and company of Merchants of London Trading into the East Indies) আৰু ১৭০৮ চনৰপৰা ১৮৭৩ চনলৈকে "ইউনাইটেড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ ইংলেণ্ড ট্ৰেডিং টু দা ইষ্ট ইণ্ডিছ" (United Company of Marchants of England Trading to The East Indies)নামেৰেও জনা গৈছিল। <ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= জ্ঞানাঞ্জন | author= | journal= প্ৰান্তিক | year= ২০১২ | month= ১৬ - ৩০ ছেপ্তেম্বৰ | volume= ৩২শ বছৰ | issue= ২০শ সংখ্যা | pages=৪০ }} </ref>
 
==ইষ্ট ইণ্ডিয়া কোম্পানীৰ উদ্দেশ্য==