অৰুণা আছফ আলি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
20 নং শাৰী:
|footnotes =
}}
'''অৰুণা আছফ আলী''' (''{{lang-en|Aruna Asaf Ali}}'') (১৯০৮-১৯৯৬) [[ভাৰতীয় স্বাধীনতা আন্দোলন]]ৰ মুক্তি যুঁজাৰু আৰু সমাজ কৰ্মীসমাজকৰ্মী আছিল। অৰুণা আছফ আলীক আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ১৯৯১ চনত জৱাহৰলাল নেহৰু বঁটা প্ৰদান কৰা হয়<ref name="short">{{cite web | url=http://www.preservearticles.com/201104235842/short-biography-of-aruna-asaf-ali.html | title=Short biography of Aruna Asaf Ali | publisher=Preservearticles.com | accessdate=February 11, 2013 | author=Pratik Daga}}</ref>। ১৯৯৭ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল আৰু শান্তিৰ বাবে অৰিহণা আগবঢ়োৱা বাবে ১৯৬৪ চনত তেওঁক আন্তঃৰাষ্ট্ৰীয় লেলিন শান্তি বঁটাৰে বিভূষিত কৰা হয়।<ref name="netzone">{{cite web | url=http://www.indianetzone.com/3/aruna_asaf_ali.htm | title=Aruna Asaf Ali, Indian Freedom Fighter | publisher=Indianetzone.com | date=January 15, 2009 | accessdate=February 11, 2013}}</ref> সমাজৰ প্ৰগতি আৰু শান্তিৰ বাবে তেওঁ লোৱা প্ৰচেষ্টাৰ বাবে ১৯৫৫ চনত তেওঁক ছোভিয়েট দেশে নেহৰু পুৰষ্কাৰেৰে সন্মানিত কৰিছিল। তেওঁ দিল্লী মহানগৰৰ প্ৰথম মহিলা মেয়ৰ আছিল। তেওঁ জাতীয় মহিলা ফেডাৰেচনৰ সভানেত্ৰীও আছিল। তেওঁ জাতীয় মহিলা কনফাৰেন্সৰ লগতো জড়িত থকাৰ লগতে দিল্লী কংগ্ৰেছ কমিটীৰ সভানেত্ৰী আছিল।<ref name="অৰুণা আছফ আলী">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১২৩,১২৪}}</ref>
 
==জন্ম আৰু পৰিয়াল==