ডিব্ৰুগড়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সাঁচ যোগ।
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
36 নং শাৰী:
 
== ইতিহাস ==
ডিব্ৰুগড় নামটো [[অসমীয়া ভাষা]]ৰ দুটা শব্দ 'ডিব্ৰু' (ডিবাৰু-এখন নদীৰ নাম) আৰু 'গড়' (অৰ্থ-প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে। এসময়তএই আহোমৰজেগা ৰাজত্বপ্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ ঠাইত ডিবাৰু নৈৰ পাৰত এটি কিলা আছিল। সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়।
 
য়ান্দাবু সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত ব্ৰিটিছ অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু ব্ৰাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়।
"https://as.wikipedia.org/wiki/ডিব্ৰুগড়"ৰ পৰা অনা হৈছে