ধেমাজি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
→‎নামৰ উৎপত্তি: মিচিং ভাষাত এনে শব্দ নাই।
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
55 নং শাৰী:
 
প্ৰচলিত পৌৰাণিক জনবিশ্বাস মতে, "ধেমাজি" নামৰ উৎপত্তি এসময়ত সেই ঠাইত এখন নদীয়ে সঘনাই নিজৰ সূঁতি সলাইছিল তথা বানপানীৰ তাণ্ডৱলীলা চলোৱা বাবে, সেইসময়ৰ লোকসকলে ইয়াক কোনো অশুভ শক্তিৰ দ্বাৰা প্ৰভাৱিত বুলি ভাবিছিল । এইদৰে সঘনাই বানপানী আৰু সূঁতি সলোৱা বাবে লোকসকলে বানপানি অৰ্থাৎ "দেমা-জি"নাম দিলে।‌
 
কিছুমানৰ মতে মিছিং ভাষাৰ "ধে" অৰ্থাৎ উৰা আৰু "মাজি" মানে মাজত এই দুই শব্দৰ পৰা ধেমাজি নামৰ উৎপত্তি হৈছে।
 
আকৌ কিছুমানৰ মতে গাইনদী আৰু জীয়াঢলৰ বাঢ়নী পানীয়ে গছ-গছনি ঘৰ-দুৱাৰ আদিৰ লগত ধেমালি কৰে। পিছলৈ এই ধেমালি শব্দৰ পৰা ধেমাজি নাম হ'ল।
"https://as.wikipedia.org/wiki/ধেমাজি"ৰ পৰা অনা হৈছে