অতুল চন্দ্ৰ হাজৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

148 নং শাৰী:
# ১৯৫৯ চনত তেখেত [[অসম সাহিত্য সভা]]ৰ সভাপতি নিৰ্বাচিত হয়<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।</ref>।
# ১৯৬৯ চনত অসমীয়া নাটৰ পাঁচশ বছৰীয়া ইতিহাস বৰ্ণনা কৰা "মঞ্চলেখা" গ্ৰন্থৰ বাবে হাজৰিকাক [[সাহিত্য অকাডেমি বঁটা]] প্ৰদান কৰা হয়<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref>।
# ১৯৭১ চনত তেখেতক [[ভাৰত চৰকাৰ]]ৰ দ্বাৰা [[পদ্মশ্ৰী]] বঁটাৰে সন্মানিত কৰা হয়<ref>{{cite web |url=http://https://www.indiaonlinedashboard-padmaawards.gov.in/about/personalities/writersandpoets/atul-chandra?Place=Assam&Award=Padma%20Shri&Year=1971-hazarika1971| title= indiaonline.in/Atul Chandra Hazarika (1903 – 1986PREVIOUS )AWARDEES|accessdate= জানুৱাৰী ২৯ , ২০২০}}</ref>।
# অসমীয়া সাহিত্যলৈ তেখেতৰ বৰঙণিৰ বাবে ১৯৮২ চনত অসম সাহিত্য সভাই তেখেতক ‘সাহিত্যাচাৰ্য্য’ উপাধি প্ৰদান কৰে।