নীলমণি ফুকন (কনিষ্ঠ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
41 নং শাৰী:
 
== প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ==
ফুকনৰ জন্ম হয় অসমৰ [[গোলাঘাট জিলা]]ৰ [[দেৰগাঁও|দেৰগাঁৱ]]ত৷ তেওঁ ইতিহাস বিষয়ত ১৯৬১ চনত [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ তেওঁ ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে৷ ১৯৬৪ চনত তেওঁ [[গুৱাহাটী]]ৰ [[আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়]]ত অধ্যাপক হিচাপে যোগদান কৰে৷ ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে৷<ref>[http://india.poetryinternationalweb.org/piw_cms/cms/cms_module/index.php?obj_id=2731] Poems by Nilmani Phookan, তথ্য সংগ্ৰহৰ সময়- ৩০ জানুৱাৰী ২০১২</ref>
 
== গ্ৰন্থপঞ্জী<ref>[http://india.poetryinternationalweb.org/piw_cms/cms/cms_module/index.php?obj_id=2731] Poems by Nilmani Phookan, তথ্য সংগ্ৰহৰ সময়- ৩০ জানুৱাৰী ২০১২</ref> ==