যতীন্দ্ৰ নাথ দুৱৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

46 নং শাৰী:
[[ডিব্ৰুগড়]]ৰ [[জৰ্জ ইন্সটিটিউচন]](১৯১৮-১৯২১),[[কলিকতাত স্কটিছ চাৰ্চ কলেজিয়েট]] স্কুল (১৯২১-১৯৪৭)ত শিক্ষকতা৷ [[কলিকতা বিশ্ববিদ্যালয়]]ত অধ্যাপনা(১৯৩৭-১৯৪৭), [[ডিব্ৰুগড়]] [[এইচ এছ কানৈ কলেজত]] অধ্যাপনা(১৯৪৮-১৯৬০)আৰু তাৰ পৰা অৱসৰ গ্ৰহণ৷
ৰমান্যাসিক যুগৰ শ্ৰেষ্ট গীতিকৱি যতীন্দ্ৰ নাথ দূৱৰাই ডিব্ৰুগড়ৰ হনুমানবক্স সুৰষমলসুৰযমল কানৈ কলেজত বাৰ বছৰ ধৰি কৰ্মৰত আছিল, তেও ১৯৪৮ চনৰ পৰা ১৯৬০ চনলৈ কানৈ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ দ্বায়িত্ব বহন কৰিছিল। তাৰ আগতে তেও ১৯২২ চনৰ পৰা ১৯৪৭ চনলৈ কলিকতাৰ স্কটিছ চাৰ্ছ কলেজত বুৰঞ্জী বিষয়ৰ শীক্ষকতা কৰিছিল। সেই সময়ছোৱাৰ ভিতৰতে ১৯৩৮ চনৰ পৰা ১৯৪৭ চনলৈ তেখেতে কলিকতা বিশ্ববিদ্যালয়ত অংশকালীন ভাৱে অধ্যাপনাও কৰিছিল। শাৰীৰিক অসুস্থতাৰ হেতু তেও কলিকতাৰ চাকৰি এৰি আহি উপাধ্যক্ষ লক্ষ্মীনাথ দত্তৰ উদ্যোগত ১৯৪৮ চনত তেতিয়া ডিব্ৰুগড় কলেজ আৰু বৰ্তমানৰ কানৈ কলেজত যোগদান কৰেহি। <ref>প্ৰান্তিক, ১৬ জানুৱাৰী, ২০১৯, পৃষ্ঠা ৩৫</ref>
 
==ব্যক্তিগত জীৱন==