ডাইনী হত্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
5 নং শাৰী:
 
প্ৰাচীন মিচৰ আৰু বেবিলনত যাদুকৰ আৰু ডাইনীৰ বাবে সুকীয়া আইন আছিল। হামুৰাবি কোড (১৮শতক, খ্ৰীষ্টপূৰ্ব) মতেঃ ”যদি এজন মানুহে অন্যজনৰ ওপৰত যাদু কৰে আৰু যদি সেয়া প্ৰমাণিত নহয়; তেতিয়া যাৰ ওপৰত যাদু প্ৰয়োগ কৰা হৈছে তেঁও পবিত্ৰ নদীৰ কাষলৈ যাব আৰু নদীত নামিব। নদীয়ে যদি তেঁওক ডুবাই পেলাই তেতিয়া তেঁওৰ ঘৰৰ মালিকীস্বত্ব সেই যাদু প্ৰয়োগকাৰী ব্যক্তিজনে লাভ কৰিব। যদি সেই পবিত্ৰ নদীত নুডুবে তেতিয়া সেই যাদুকৰক মৃত্যুদণ্ড দিয়া হব আৰু তেঁওৰ ঘৰৰ মালিক হব সেই যাদুত আক্ৰান্ত ব্যক্তিজন।“
==কাৰণ==
অসমত সংঘটিত ডাইনী হত্যাৰ কেইটামান মুখ্য কাৰণ হৈছে,<ref>{{cite web|title=ডাইনী হত্যা: এক সামাজিক ব্যাধি|url=http://as.vikaspedia.in/social-welfare/SamajikSajagata/9a19be9879a89c0-9b99a49cd9af9be-98f995-9b89be9ae9be99c9bf995-9ac9cd9af9be9a79bf|author=আবু ফাৰহাদ হুছেইন}}</ref>
 
* অন্ধবিশ্বাস জড়িত প্ৰথা/পৰম্পৰা
* উপযুক্ত শিক্ষাৰ অভাৱ
* আধুনিক স্বাস্থ্য সেৱাৰ অভাৱ
* দৰিদ্ৰতা আৰু
* চক্ৰান্ত
==তথ্য সংগ্ৰহ==
{{Reflist}}