২৯ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{কেলেণ্ডাৰ|lk=on|show_year=on|float=right|month=02}}
'''২৯ ফেব্ৰুৱাৰী''' {{enwiki|29 February}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]]ৰ [[অধিবৰ্ষ]]ত ৬১তম দিন। বছৰ শেষ হ'বলৈ ৩০৫ দিন বাকী থাকে। ফেব্ৰুৱাৰী মাহ সাধাৰণতে ২৮ দিনীয়া হয় যদিও প্ৰতি ৪ বছৰৰ মূৰে মূৰে এই মাহ ২৯ দিনীয়া হয় । তেতিয়া ইয়াক লিপ ইয়েৰ বা অধিবৰ্ষ বুলি কোৱা হয়।
 
 
ইতিহাসত আজিৰ দিনটো...
 
১৮৯৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ জন্ম হয়।
 
১৯২০ চনৰ আজিৰ দিনটোতে হাংগেৰীত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়।
 
১৯৫৬ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ সংবিধান গৃহীত হয়। দেশখনক ইছলামিক গণতন্ত্ৰৰূপে ঘোষণা কৰা হয় আজিৰ দিনটোতে।
 
২০০৮ চনৰ আজিৰ দিনটোতে গল্পকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমী বঁটা প্ৰাপ্ত শীলভদ্ৰ ওৰফে ৰেৱতী মোহন দত্ত চৌধুৰীৰ মৃত্যু হয়।
 
==তথ্য সংগ্ৰহ==