লিংগভিত্তিক অধ্যয়ন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
13 নং শাৰী:
==নাৰী অধ্যয়ন==
নাৰী অধ্যয়ন হ'ল মহিলা, নাৰীবাদ, লিঙ্গ তথা ৰাজনীতি সম্পৰ্কিত বিষয়সমূহত নিবেদিত এটি আন্তঃবিষয়িক একাডেমিক ক্ষেত্র। ইয়াত নাৰীবাদী তত্ত্ব, মহিলাসকলৰ ইতিহাস (উদাঃ মহিলাসকলৰ ভোটাধিকাৰৰ ইতিহাস) তথা সামাজিক ইতিহাস, মহিলা কল্পকাহিনী, মহিলাসকলৰ স্বাস্থ্য, নাৰীবাদী মনোবিশ্লেষণ আৰু বেছিভাগ মানৱতা আৰু সামাজিক বিজ্ঞানৰ নাৰীবাদী আৰু লিংগ অধ্যয়ন ইত্যাদিৰ অনুশীলন অন্তর্ভুক্ত কৰা হৈছে।
 
==পুৰুষ অধ্যয়ন==
পুৰুষ, পুৰুষতন্ত্ৰ, লিঙ্গ তথা ৰাজনীতি সম্পৰ্কীয় বিষয়সমূহত নিবেদিত এটি আন্তঃবিষয়ক শৈক্ষিক ক্ষেত্র। ই প্ৰায়ে নাৰীবাদী তত্ত্ব, পুৰুষ সকলৰ ইতিহাস আৰু সামাজিক ইতিহাস, পুৰুষসকলৰ কথাসাহিত্য, পুৰুষৰ স্বাস্থ্য, নাৰীবাদী মনোবিজ্ঞান আৰু নাৰীবাদী তথা লিঙ্গ অধ্যয়ন-প্ৰভাৱিত বেছিভাগ মানৱতা আৰু সামাজিক বিজ্ঞানৰ অনুশীলন অন্তৰ্ভুক্ত কৰে। টিমোথি লৰি আৰু আন্না হিকি-মুডিয়ে পৰামৰ্শ দিছে যে "অৰ্ধ-সমজাতীয় সম্প্ৰদায় হিসাবে" পুৰুষতত্ত্ব অধ্যয়নৰ প্ৰতিষ্ঠানিকৰণৰ ক্ষেত্ৰত সর্বদা বিপদ পৰিলক্ষিত কৰা হয়। তথা লক্ষ কৰা যায় যে নাৰীবাদী দৰ্শনে বহু পুৰুষতন্ত্ৰৰ গৱেষকক ঘৃণা কৰে।<ref>{{cite journal |last1=Laurie |first1=Timothy |last2=Hickey-Moody |first2=Anna |year=2015 |title=Geophilosophies of Masculinity: Remapping Gender, Aesthetics and Knowledge |url=https://www.academia.edu/10912564 |format=PDF |journal=Angelaki: Journal of the Theoretical Humanities |volume=20 |issue=1 |pages=1–10 |doi=10.1080/0969725X.2015.1017359}}</ref>
==তথ্যসূত্ৰ==