লিংগভিত্তিক অধ্যয়ন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
16 নং শাৰী:
==পুৰুষ অধ্যয়ন==
পুৰুষ, পুৰুষতন্ত্ৰ, লিঙ্গ তথা ৰাজনীতি সম্পৰ্কীয় বিষয়সমূহত নিবেদিত এটি আন্তঃবিষয়ক শৈক্ষিক ক্ষেত্র। ই প্ৰায়ে নাৰীবাদী তত্ত্ব, পুৰুষ সকলৰ ইতিহাস আৰু সামাজিক ইতিহাস, পুৰুষসকলৰ কথাসাহিত্য, পুৰুষৰ স্বাস্থ্য, নাৰীবাদী মনোবিজ্ঞান আৰু নাৰীবাদী তথা লিঙ্গ অধ্যয়ন-প্ৰভাৱিত বেছিভাগ মানৱতা আৰু সামাজিক বিজ্ঞানৰ অনুশীলন অন্তৰ্ভুক্ত কৰে। টিমোথি লৰি আৰু আন্না হিকি-মুডিয়ে পৰামৰ্শ দিছে যে "অৰ্ধ-সমজাতীয় সম্প্ৰদায় হিসাবে" পুৰুষতত্ত্ব অধ্যয়নৰ প্ৰতিষ্ঠানিকৰণৰ ক্ষেত্ৰত সর্বদা বিপদ পৰিলক্ষিত কৰা হয়। তথা লক্ষ কৰা যায় যে নাৰীবাদী দৰ্শনে বহু পুৰুষতন্ত্ৰৰ গৱেষকক ঘৃণা কৰে।<ref>{{cite journal |last1=Laurie |first1=Timothy |last2=Hickey-Moody |first2=Anna |year=2015 |title=Geophilosophies of Masculinity: Remapping Gender, Aesthetics and Knowledge |url=https://www.academia.edu/10912564 |format=PDF |journal=Angelaki: Journal of the Theoretical Humanities |volume=20 |issue=1 |pages=1–10 |doi=10.1080/0969725X.2015.1017359}}</ref>
==নাৰীসুলভ আৰু পুৰুষসুলভ ব্যক্তিত্ব হিচাপে লিংগ==
==নাৰী আৰু পুৰুষসুলভ ব্যক্তিত্ব হিচাপে লিংগ==
==মহিলা সাৱলীকৰণ==
==যৌনতা==
==পিতৃতন্ত্ৰ==
==নাৰীবাদ==
==নাৰীত্ব আৰু পুৰুষত্ব==
==লিংগ দৃঢ়বদ্ধতা==
==তথ্যসূত্ৰ==