আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

57 নং শাৰী:
===প্ৰথম জনবসতি===
অতি কমেও কেইবা শতিকাৰ পৰা এই দ্বীপ মালাত মানুহে বসবাস কৰি আহিছে।
[[পুৰাতত্ব]]বিদ সকলৰ মতে প্ৰায় ২,২০০ বছৰ মানৰ পৰা ইয়াত মানুহ থকাৰ প্ৰমাণ আছে, আনহাতেদি [[জিন|জিনীয়]] আৰু সাংস্কৃতিক অধ্যয়ণৰ পৰা দেখা গৈছে [[খিলঞ্জীয়া লোক|খিলঞ্জীয়া]] আন্দামানী সকল পৃথিৱীৰ আন জনসমূহৰ পৰা মধ্য প্ৰস্তৰ যুগতে আঁতৰি আহিছিল।<ref>Palanichamy, Malliya G. Suraksha Agrawal, Yon-Gang Yao, Quing-Peng Kong, Chang Sun, Faisal Khan, Tapas Kumar Chaudhuri, and Ya-Ping Zhang. 2006. Comment on "Reconstructing the Origin of Andaman Islanders. ''Science'' 311:470 (27 January 2006).</ref> সেই সময়ৰ পৰা আন্দামানী সকল ভাষিক, সাংস্কৃতিক আৰু সাংগঠনিক ভাবে পৃথক হৈ পৰিল।
 
নিকোবৰ দ্বীপৰ বাসিন্দা সকল বিভিন্ন জনসমষ্টিৰ সংমিশ্ৰণ। ইউৰোপীয় সম্পৰ্কৰ সময়ত ইয়াৰ মূল বাসিন্দা আছিল ম’ন খেমাৰ ভাষী নিকোব’ৰীজ সকল আৰু চ’ম্পেনসকল। এওঁলোকৰ আন্দামানী সকলৰ লগত কোনো সম্পৰ্ক নাছিল।