দ্যা ছেণ্টিনেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
26 নং শাৰী:
'''দ্যা ছেণ্টিনেল''' ({{lang-en|The Sentinel}}) এখন দৈনিক [[ইংৰাজী]] বাতৰি কাকত। ১৯৮৩ চনত [[গুৱাহাটী]]ত এই বাতৰিকাকতখন প্ৰথম প্ৰকাশ পায়। ই উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত। কাকতখনৰ উৎকৃষ্ট ভাষা আৰু বৌদ্ধিক দৰ্শনৰ বাবে অসমত যথেষ্ট প্ৰচলিত আৰু জনপ্ৰিয়। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, [[ডিব্ৰুগড়]], [[শ্বিলং]] আৰু [[ইটানগৰ]]ৰ পৰা একেসময়তে প্ৰকাশ পায়। ছেণ্টিনেল গোষ্ঠী [[উত্তৰ-পূব ভাৰত]]ৰ এক বৃহৎ সংবাদ গোষ্ঠী।
 
দ্যা ছেণ্টিনেল কাকতখনৰ প্ৰথম প্ৰকাশ হয় ১৯৮৩ চনত গুৱাহাটীত আৰু জ্যেষ্ঠ সাংবাদিক [[ধীৰেন্দ্ৰ নাথ বেজবৰুৱা]] আছিল কাকত খনৰ প্ৰতিষ্ঠাপক সম্পাদক। শংকৰ ৰাজখোৱা হৈছে ইংৰাজী দৈনিক খনৰ বৰ্তমানৰ মুখ্য সম্পাদক।
 
==বাহ্যিক সংযোগ==