দেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
10 নং শাৰী:
| caption2=9th century India, [[Parvati|Gauri]]
}}
'''দেৱী''' হৈছে এটা [[সংস্কৃত]] শব্দ যাৰ অৰ্থ হৈছে ভগৱতী বা পূজিতা স্ত্ৰী।দেৱীস্ত্ৰী। দেৱী হৈছে দেৱ শব্দৰ স্ত্ৰীৰূপ।যাৰস্ত্ৰীৰূপ। যাৰ অৰ্থ হৈছে স্বৰ্গীয়,ঐশ্বৰিক বা বিশিষ্ট।
 
দুই হাজাৰ খ্ৰীষ্টপূৰ্বত প্ৰণীত হোৱা [[বেদ]]ত দেৱী বা ভগৱতীৰ বিষয়ে উল্লেখ আছে।যদিও সেই সময়ত তেওঁলোকে মূখ্য ভূমিকা লোৱা নাছিল<ref name=kinsley/>{{rp|6–17, 55–64}}।পাৰ্বতী। পাৰ্বতী আৰু দুৰ্গাৰ দৰে দেৱীক বৰ্তমান সময়লৈ পূজা কৰি অহা হৈছে।মধ্যযুগতহৈছে। মধ্যযুগত ৰচিত পুৰাণসমূহত দেৱীৰ লগত জড়িত সাহিত্য তথা পৌৰাণিক কাহিনী অধিকভাৱে সংযোজন কৰা হৈছে।যেনে দেৱী মাহাত্ম্যম নামৰ গ্ৰন্থখনত দেৱীক চুড়ান্ত সত্য তথা মহাশক্তিৰ অধিকাৰী হিচাপে দেখুওৱা হৈছে।তাত দেৱীয়ে সনাতন ধৰ্মত [[শাক্তপ্ৰথা]]ৰ প্ৰৱেশত উদগনি যোগাইছে<ref>Thomas Coburn (2002), Devī-Māhātmya: The Crystallization of the Goddess Tradition, Motilal Banarsidass, {{ISBN|978-81-208-0557-6}}, pages 1–23</ref>।এই ঐশ্বৰিক দেৱীসকলৰ হিন্দুধৰ্মত শক্তিশালী উপস্থিতি আছে<ref name="Bryant 2007 441">{{Citation | last =Bryant | first =Edwin | authorlink =Edwin Bryant (author) | year =2007 | title =Krishna: A Sourcebook | publisher =Oxford University Press |page=441}}</ref>|দেৱীক শৈৱ আৰু শক্তিপ্ৰথাৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয়|হয়। <ref name=kinsley>Kinsley, David (1988). ''Hindu Goddesses: Vision of the Divine Feminine in the Hindu Religious Traditions.'' University of California Press, {{ISBN|0-520-06339-2}}</ref><ref>Flood, Gavin, ed. (2003), The Blackwell Companion to Hinduism, Blackwell Publishing Ltd., {{ISBN|1-4051-3251-5}}, pages 200–203</ref>
 
=নামৰ উৎপত্তি=
"https://as.wikipedia.org/wiki/দেৱী"ৰ পৰা অনা হৈছে