আম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Translation not done for a long time, tag removed
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
21 নং শাৰী:
 
[[File:Apple mango and cross section edit1.jpg|thumb]]
[[File:Amor moli mango flower.jpg|thumb|আমে মলিয়াইছে।]]
 
আম ({{Lang-en|'''Mango'''}}, বৈজ্ঞানিক নাম-Mangifera indica, 'Mangifera' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ ৰসাল ফলধৰা উদ্ভিদ৷ এই উদ্ভিদবিধ দক্ষিণ এছিয়াত স্থানীয়ভাৱে দেখা পোৱা যায়৷ আমে [[ভাৰত]]বৰ্ষ আৰু [[ফিলিপাইন]]ছৰ ৰাষ্ট্ৰীয় ফল আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় বৃক্ষ (national tree) হিচাপে স্বীকৃতি পাইছে৷<ref name="bdnews24.com">[http://bdnews24.com/bangladesh/2010/11/15/mango-tree-national-tree Mango tree National Tree]</ref>
 
"https://as.wikipedia.org/wiki/আম"ৰ পৰা অনা হৈছে