মৌলবাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ র -> ৰ |
No edit summary |
||
5 নং শাৰী:
মৌলবাদী এনেকুৱা এজন ব্যক্তি যিজনে অনুসৰণ কৰে তাৰ চিন্তা বিশ্বাসৰ মূলনীতি ও শিক্ষা সমূহক।
[[File:DavidWoronieckiWithSign.jpg|thumb|মৌলবাদ]]
কোনোবাই যদি ভাল ডাক্তৰ হ'ব বিচাৰে তেতিয়াহ'লে তাক জানিব লাগিব, বুজিব লাগিব আৰু কঠোৰ অনুশীলন চলাব লাগিব ঔষধৰ মূল কাৰ্যকাৰিতাৰ ওপৰত। অন্য কথাত তেওঁ হ'ব লাগিব ঔষধি জগতৰ একনিষ্ঠ মৌলবাদী। অৰ্থাৎ তেওঁ হব লাগিব মৌলবাদী ডাক্তৰ। একেইভাবে কোনোবাই যদি গণিতজ্ঞ বা গণিতবিদ হ'ব বিচাৰে তেতিয়াহ'লে তাক জানিব লাগিব, বুজিব পৰা হ'ব লাগিব আৰু একাগ্ৰ মনোযোগেৰে অনুশীলনী চলাব লাগিব গণিতৰ মূল সূত্ৰৰ ওপৰত। অৰ্থাৎ তাক হ'ব লাগিব গণিত শাস্ত্ৰৰ মৌলবাদী। একেইভাবে কোনোবাই যদি বিজ্ঞানী হ'ব খুজে তেতিয়াহ'লে তাক জানি ল'ব লাগিব, বুজিব লাগিব আৰু গভীৰ গবেষণাত নিমগ্ন হৈ অনুশীলনী চলাব লাগিব বিজ্ঞান মৌলতত্ত্ব ও মূল সূত্ৰসমূহৰ ওপৰত। অৰ্থাৎ তাক হ'ব লাগিব বিজ্ঞান জগতৰ মৌলবাদী।
|