নিউক্লীয় পদাৰ্থবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{About|পাৰমাণৱিক নিউক্লিয়াছৰ অধ্যয়ন}}
{{Nuclear physics}}
'''নিউক্লীয় পদাৰ্থবিজ্ঞান''' ([[ইংৰাজী]]: Nuclear physics) [[পদাৰ্থবিজ্ঞান|পদাৰ্থবিজ্ঞানৰ]] এটা শাখা য'ত পাৰমাণৱিক নিউক্লিয়াছ আৰু সিহঁতৰ উপাদান তথা আন্তঃক্ৰিয়া সম্বন্ধে অধ্যয়ন কৰা হয়। ইয়াৰোপৰি [[নিউক্লীয় পদাৰ্থ|নিউক্লীয় পদাৰ্থৰ]] অন্য ৰূপসমূহো অধ্যয়ন কৰা হয়।<ref name=nupecc_report>{{cite report
Line 13 ⟶ 12:
 
[[কণা পদাৰ্থবিজ্ঞান]] নিউক্লীয় পদাৰ্থবিজ্ঞানৰ পৰাই বিকশিত হৈছে আৰু এই দুয়ো ক্ষেত্ৰকে সাধাৰণতে ঘনিষ্ঠ সম্বন্ধত শিকোৱা হয়। [[নিউক্লীয় জ্যোতি পদাৰ্থবিজ্ঞান]] ([[জ্যোতি পদাৰ্থবিজ্ঞান|জ্যোতি পদাৰ্থবিজ্ঞানত]] নিউক্লীয় পদাৰ্থবিজ্ঞানৰ প্ৰয়োগ) [[নক্ষত্ৰ|নক্ষত্ৰসমূহৰ]] আভ্যন্তৰীণ কাৰ্যপ্ৰণালী আৰু [[ৰাসায়নিক মৌল|ৰাসায়নিক মৌলৰ]] উৎপত্তি ব্যাখ্যা কৰাত অতি গুৰুত্বপূৰ্ণ।
 
==তথ্য সংগ্ৰহ==
{{Reflist|2}}