নিউক্লীয় পদাৰ্থবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
14 নং শাৰী:
 
== ইতিহাস ==
[[File:Portrait of Antoine-Henri Becquerel.jpg|thumb|[[Henri Becquerel]]]]
[[File:Cloud chambers played an important role of particle detectors.jpg|thumb|Since 1920s [[cloud chamber]]s played an important role of particle detectors and eventually lead to the discovery of [[positron]], [[muon]] and [[kaon]].]]
 
১৮৯৬ চনত [[হেনৰি বেকেৰেল]] নামৰ ফৰাছী পদাৰ্থবিদ এগৰাকীয়ে [[তেজস্ক্ৰিয়তা]] নামৰ এটা পৰিঘটনা আৱিস্কাৰ কৰে। তেতিয়াই পাৰমাণৱিক পদাৰ্থবিজ্ঞানৰ পৰা পৃথক অধ্যয়নৰ ক্ষেত্ৰ হিচাপে নিউক্লীয় পদাৰ্থবিজ্ঞানৰ ইতিহাস আৰম্ভ হয়। সেই সময়ছোৱাত বেকেৰেলে [[ইউৰিনিয়াম]] [[লৱণ|লৱণত]] সৃষ্টি হোৱা অনুপ্ৰভা আৰু প্ৰতিপ্ৰভাৰ বিষয়ে অধ্যয়ন কৰি আছিল। [[জে. জে. থমছন|জে. জে. থমছনে]] [[ইলেকট্ৰন]] আৱিস্কাৰ কৰাৰ এবছৰ পাছত এই আৱিস্কাৰে ইংগিত দিয়ে যে পৰমাণুৰ এক আভ্যন্তৰীণ গঠন আছে। বিংশ শতিকাৰ আৰম্ভণিতে জে. জে. থমছনৰ পৰমাণু আৰ্হি, অৰ্থাৎ [[প্লাম পুডিং আৰ্হি]] গৃহীত হয়। প্লাম পুডিং আৰ্হি মতে পৰমাণু এটা ধনাত্মকভাৱে আহিত গোলক যাৰ মাজত ধনাত্মক আধানবোৰৰ লগতে ঋণাত্মকভাৱে আহিত ইলেকট্ৰনসমূহো সুষমভাৱে সিঁচৰতি হৈ থাকে।