নিউক্লীয় পদাৰ্থবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

17 নং শাৰী:
[[File:Cloud chambers played an important role of particle detectors.jpg|thumb|Since 1920s [[cloud chamber]]s played an important role of particle detectors and eventually lead to the discovery of [[positron]], [[muon]] and [[kaon]].]]
 
১৮৯৬ চনত [[হেনৰি বেকেৰেল]] নামৰ ফৰাছী পদাৰ্থবিদ এগৰাকীয়ে [[তেজস্ক্ৰিয়তা]] নামৰ এটা পৰিঘটনা আৱিস্কাৰ কৰে। তেতিয়াই পাৰমাণৱিক পদাৰ্থবিজ্ঞানৰ পৰা পৃথক অধ্যয়নৰ ক্ষেত্ৰ হিচাপে নিউক্লীয় পদাৰ্থবিজ্ঞানৰ ইতিহাস আৰম্ভ হয়।<ref সেইname=brm>{{cite সময়ছোৱাত বেকেৰেলে [[ইউৰিনিয়াম]] [[লৱণ|লৱণত]] সৃষ্টি হোৱা অনুপ্ৰভা আৰু প্ৰতিপ্ৰভাৰ বিষয়ে অধ্যয়ন কৰি আছিল। [[জে. জে. থমছন|জে. জে. থমছনে]] [[ইলেকট্ৰন]] আৱিস্কাৰ কৰাৰ এবছৰ পাছত এই আৱিস্কাৰে ইংগিত দিয়ে যে পৰমাণুৰ এক আভ্যন্তৰীণ গঠন আছে। বিংশ শতিকাৰ আৰম্ভণিতে জে. জে. থমছনৰ পৰমাণু আৰ্হি, অৰ্থাৎ [[প্লাম পুডিং আৰ্হি]] গৃহীত হয়। প্লাম পুডিং আৰ্হি মতে পৰমাণু এটা ধনাত্মকভাৱে আহিত গোলক যাৰ মাজত ধনাত্মক আধানবোৰৰ লগতে ঋণাত্মকভাৱে আহিত ইলেকট্ৰনসমূহো সুষমভাৱে সিঁচৰতি হৈ থাকে।book
|title=Nuclear and Particle Physics
|author=B. R. Martin
|publisher=John Wiley & Sons, Ltd.
|year=2006
|isbn=978-0-470-01999-3
}}</ref> সেই সময়ছোৱাত বেকেৰেলে [[ইউৰিনিয়াম]] [[লৱণ|লৱণত]] সৃষ্টি হোৱা অনুপ্ৰভা আৰু প্ৰতিপ্ৰভাৰ বিষয়ে অধ্যয়ন কৰি আছিল।<ref>{{cite journal
|author=Henri Becquerel
|title =Sur les radiations émises par phosphorescence
|journal=Comptes Rendus
|volume = 122
|pages = 420–421
|year=1896
|url=http://gallica.bnf.fr/ark:/12148/bpt6k30780/f422.chemindefer
}}</ref> [[জে. জে. থমছন|জে. জে. থমছনে]] [[ইলেকট্ৰন]] আৱিস্কাৰ কৰাৰ এবছৰ পাছত এই আৱিস্কাৰে ইংগিত দিয়ে যে পৰমাণুৰ এক আভ্যন্তৰীণ গঠন আছে।<ref>{{cite journal|last1=Thomson|first=Joseph John|author1-link=Joseph John Thomson|title=Cathode Rays|year=1897|journal=[[Royal Institution|Proceedings of the Royal Institution of Great Britain]]|volume=XV|pages=419–432|url=https://archive.org/stream/proceedings15roya#page/418/mode/2up}}</ref> বিংশ শতিকাৰ আৰম্ভণিতে জে. জে. থমছনৰ পৰমাণু আৰ্হি, অৰ্থাৎ [[প্লাম পুডিং আৰ্হি|"প্লাম পুডিং" আৰ্হি]] গৃহীত হয়। প্লাম পুডিং আৰ্হি মতে পৰমাণু এটা ধনাত্মকভাৱে আহিত গোলক যাৰ মাজত ধনাত্মক আধানবোৰৰ লগতে ঋণাত্মকভাৱে আহিত ইলেকট্ৰনসমূহো সুষমভাৱে সিঁচৰতি হৈ থাকে।
 
ইয়াৰ পাছৰ বৰ্ষৰ পৰা তেজস্ক্ৰিয়তাৰ ওপৰত ব্যাপকভাৱে অনুসন্ধান চলোৱা হৈছিল। বিশেষকৈ [[মেৰী কুৰী]], [[পীয়েৰ কুৰী]], [[আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড]] আৰু আন বিজ্ঞানীসকলে এইক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছিল। শতাব্দীৰ শেষলৈ পদাৰ্থবিদসকলে পৰমাণুৰ পৰা ওলোৱা তিনি ধৰণৰ [[বিকিৰণ]] আৱিস্কাৰ কৰে। এই বিকিৰণ তিনিবিধক [[আলফা অৱক্ষয়|আলফা]], [[বিটা অৱক্ষয়|বিটা]] আৰু [[গামা অৱক্ষয়|গামা]] বিকিৰণ হিচাপে নামকৰণ কৰা হৈছে। ১৯১১ চনত [[অট্ট' হান]] আৰু ১৯১২ চনত [[জেমছ চাডৱিক|জেমছ চাডৱিকৰ]] পৰীক্ষা-নিৰীক্ষাত আৱিস্কাৰ হয় যে [[বিটা অৱক্ষয় [[বৰ্ণালী]] বিচ্ছিন্ন নহয়, বৰং ই অবিচ্ছিন্নহে।
 
==তথ্য সংগ্ৰহ==