No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
222 নং শাৰী:
|style="vertical-align: middle; border-top: 1px solid gray;" | প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত [[ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০|প্ৰজেক্ট টাইগাৰ ২.০]] শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮ জন অংশগ্ৰহণকাৰীয়ে '''২০৫''' টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --[[User:SlowPhoton|SlowPhoton]] ([[User talk:SlowPhoton|talk]]) 11:12, 21 January 2020 (ইউ.টি.চি.)
|}
 
আপুনি কি মানুহ হয় ?অসমীয়া ভাষাটো ভালদৰে লিখিবলৈ পৰা নাই ।যদি লিখিব নাজানে লিখিব নালাগে ইমান ভুল কৈ লিখাতকৈ আৰু এই খিনি Googleত উপলব্ধ । ক্ষমা কৰিব অসমীয়া ভাষাটো ইমান ভুল কৈ প্ৰকাশ পোৱাত এষাৰ‌ নিলিখি নোৱাৰিলোঁ