হেমা মালিনী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox officeholder
| name = হেমা মালিনী
| office = [[লোকসভা]]ৰ [[সাংসদ]] <br>[[মথুৰা (লোকসভা সমষ্টি)|মথুৰা]], [[উত্তৰ প্ৰদেশ]]
| native_name =
13 নং শাৰী:
| nationality = [[ভাৰতীয়]]
| spouse = {{marriage|[[ধৰ্মেন্দ্ৰ]]|1980}}
| children = [[ঈষাঈশা দেওলদেউল]], [[আহানা দেওলদেউল]]
| occupation = {{hlist|অভিনেত্ৰী|প্ৰযোজক|ৰাজনীতিক}}
| awards = [[পদ্মশ্ৰী]] (২০০০)
21 নং শাৰী:
 
==জন্ম আৰু প্ৰাৰম্ভিক জীৱন==
হেমা মালিনীৰ জন্ম হৈছিল এটা [[তামিল]] পৰিয়ালত। তেওঁৰ পিতৃ আছিল ভি.এচ.আৰ. চক্ৰৱৰ্তী আৰু মাতৃ জয়া লক্ষ্মী চক্ৰৱৰ্তী পেছাত আছিল এগৰাকী চলচ্চিত্ৰ প্ৰযোজক।
অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল ''তুম হাচীন ম্যে জৱান'' (১৯৭০)<ref>{{cite web|url=http://highlightsindia.com/hema-malini-biography-career-awards-net-worth/|title=Hema Malini-Biography, Career, Awards and Net Worth|date=20 May 2017|publisher=}}</ref>, আৰু ইয়াৰ পাছতেই দুয়োৰে মাজত লাহে লাহে প্ৰেমৰ আৰম্ভণি হয়। অভিনেতা ধৰ্মেন্দ্ৰ ইতিমধ্যে এজন বিবাহিত পুৰুষ আৰু তেওঁৰ দুটি সন্তানৰ পিতৃ আছিল। তথাপি ধৰ্মেন্দ্ৰৰ সৈতে একেলগে অভিনয় কৰা প্ৰথমখন ছবিৰ মুক্তিৰ প্ৰায় ১০ বছৰ পাছত অৰ্থাৎ ১৯৮০ চনত তেওঁ অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়<ref name="dnaindia">{{cite news|title=From Hema Malini-Dharmendra, Rekha-Vinod Mehra to Aamir Khan-Reena: Bollywood's most controversial and secret marriages|url=http://www.dnaindia.com/entertainment/report-from-hema-malini-dharmendra-rekha-vinod-mehra-to-aamir-khan-reena-bollywoods-most-controversial-and-secret-marriages-1944902|accessdate=18 June 2016|publisher=[[Daily News and Analysis]]|date=3 January 2014}}</ref>। তেওঁঁলোকৰ দুটি সন্তান ক্ৰমে ইষা[[ঈশা দেউল]] (জন্ম ১৯৮১) আৰু আহানা দেউল (জন্ম ১৯৮৫)। ইষাঈশা দেউল বলীউদৰবলিউদৰ এগৰাকী অভিনেত্ৰী আৰু আহানা সহকাৰী পৰিচালক।
 
==অভিনয় জীৱন==
[[তামিল]] ছবি ''ইধু চাথিয়াম''ত তেওঁ সহ অভিনেত্ৰী হিচাপে কাম কৰিছিল। এয়াই আছিল তেওঁৰ চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ আৰম্ভণি। ১৯৬৮ চনত তেওঁ [[ৰাজ কাপুৰ]]ৰ বিপৰীতে ''চপনৌ কে চৌদাগৰ''ত অভিনয় কৰিছিল আৰু এয়াই আছিল তেওঁৰ [[বলীউদৰবলিউদৰ]]ৰ ''' ড্ৰিম গাৰ্ল''' হোৱাৰ আৰম্ভণি। <ref name=dgirl>[http://www.rediff.com/entertai/2002/oct/25dinesh.htm ''Hema Malini: Bollywood's dreamgirl.''] Rediff.com 25 October 2002. Accessed 1 July 2011</ref>
ইয়াৰ পাছত ''জনী মেৰা নাম (১৯৭০)'' আন্দাজ (১৯৭১), লাল পাত্থৰ (১৯৭১) ইত্যাদি ছবিত বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰে। ১৯৭২ চনত ''সীতা ঔৰ গীতা'' নামৰ চলচ্চিত্ৰখনত ধৰ্মেন্দ্ৰ আৰু সঞ্জীৱ কুমাৰৰ বিপৰীতে অভিনয় কৰে। এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ [[ফিল্মফেয়াৰ বঁটা]] লাভ কৰিছিল। <ref name=firstff>[https://archive.is/20130126082603/http://filmfareawards.indiatimes.com/articleshow/366872.cms ''The Winners – 1972– The 51st Filmfare Awards.''] ''The Times of India.'' 14 June 2011.</ref>