ইউটিউব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
23 নং শাৰী:
| website_type = ভিডিঅ’ বিতৰণ
}}
'''ইউটিউব''' হৈছে ২০০৫ চনৰ [[ফেব্ৰুৱাৰী]] মাহত তিনিজন ভূতপূৰ্ব পে'-পাল (PayPal) কৰ্মচাৰীৰ দ্বাৰা গঠিত এটা [[চলচ্চিত্ৰ]] বা ভিডিঅ' বিতৰণ (video-sharing) কৰিব পৰা ৱেবছাইট, য'ত উপভোক্তাসকলে ভিডিঅ'সমূহ আপ-লোড, দৰ্শন আৰু বিতৰণ কৰিব পাৰে। এই [https://www.todayssarkariresult.com/ কোম্পানীটো] [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ কেলিফৰ্ণিয়াৰ চান ব্ৰুন নামৰ ঠাইত অৱস্থিত আৰু ই বহু উপভোক্তাৰ দ্বাৰা নিৰ্মিত ভিডিঅ' (user-generated), যেনে কথাছবিৰ অংশবিশেষ বা দূৰদৰ্শনৰ [https://www.todayssarkariresult.com/ অংশবিশেষ] আৰু সঙ্গীতৰ ভিডিঅ'ৰ লগতে কিছুমান চৌখিন বিষয় যেনে video blogging আৰু ক্ষুদ্ৰ প্ৰাৰম্ভিক ভিডিঅ'ৰ প্ৰদৰ্শন কৰিবলৈ Adobe Flash Video আৰু HTML5 প্ৰযুক্তি ব্যৱহাৰ কৰে। ইউটিউবৰ বেছিভাগ বিষয় ব্যক্তিবিশেষৰ দ্বাৰা আপ-[https://www.todayssarkariresult.com/ লোড] কৰা হয় যদিও [[চিবিএচ|চি-বি-এচ]] (CBS), বি-বি-চি (BBC), ৱিৱ' (VEVO), হুলু (Hulu) আৰু আন কিছুমান সংস্থাৰ নিচিনা মিডিয়া কৰ্প'ৰেচনবোৰে ইউটিউব পাৰ্টনাৰশ্বিপ প্ৰ'গ্ৰামৰ (YouTube partnership program) অংশ হিচাপে তেওঁলোকৰ কিছু সামগ্ৰী ইউটিউবলৈ হস্তান্তৰ কৰে।
 
অপঞ্জীভুক্ত [https://www.todayssarkariresult.com/ সদস্যসকলে] ভিডিঅ' চাব পাৰে আৰু পঞ্জীভুক্ত সদস্যসকলে অসীম সংখ্যক ভিডিঅ' আপ-লোড কৰিব পাৰে। ইয়াতে আক্ৰমণাত্মক, অৰুচিকৰ বা অশ্লীল বিষয়ক ভিডিঅ'সমূহ অকল ১৮ বছৰ বা তাতোকৈ বেছি বয়সৰ পঞ্জীভুক্ত সদস্যসকলেহে চাব পাৰে।
 
২০০৬ চনৰ নৱেম্বৰ মাহত [https://www.todayssarkariresult.com/ ইউটিউবক], YouTube LLC [[গুগল|গুগলে]] (Google Inc.) ১.৬৫ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিময়ত কিনি লয় আৰু ই এতিয়া গুগলৰ পৰিপূৰক (subsidiary) হিচাপে পৰিচালিত হৈ আছে।
 
== কোম্পানীৰ ইতিহাস ==
[[File:Youtube founders.jpg|thumb|left|400px|চিত্ৰত বাওফালৰ পৰা সোফাললৈ ক্ৰমান্বয়ে চাড হাৰ্লে, ষ্টিভ চেন, আৰু জাভেদ কৰিম]]
 
ইউটিউব তিনিজন ভুতপুৰ্ব PayPal কৰ্মচাৰী চাড হাৰ্লে, ষ্টিভ চেন, আৰু জাভেদ কৰিম ৰ দ্বাৰা স্থাপন কৰা হৈছিল। হাৰ্লেই [https://www.todayssarkariresult.com/ পেনিচেলভিনিয়াৰ] ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত অভিকল্প (design) অধ্যয়ন কৰিছিল। আনহাতে চেন আৰু কৰিমে আৰ্বানা-চেম্পিয়েনৰ ইলিঅনচ্ বিশ্ববিদ্যালয়ত [[কম্পিউটাৰ বিজ্ঞান]] অধ্যয়ন কৰিছিল। মাধ্যম(media) সমূহত সঘনাই পোৱা এক কাহিনী অনুসৰি [[চান ফ্ৰান্সিচক'ত থকা চেনৰ বাসগৃহত হোৱা এটা নৈশ ভোজৰ [https://www.todayssarkariresult.com/ ভিডিঅ]' কিছুমানৰ বিতৰণত অসুবিধাৰ সৃষ্টি হওঁতে হাৰ্লি আৰু চেনে ২০০৫ চনৰ প্ৰথম ভাগত ইউটিউবৰ ধাৰণা কৰিছিল। কৰিম সেইদিনাৰ ভোজত উপস্থিত নাছিল আৰু এই ঘটনাৰ সম্ভাৱনীয়তাক অস্বীকাৰ কৰিছিল।
 
[[চিত্ৰ: 901cherryave.jpg|400Px|thumb|কেৰ্লিফোনিয়াৰ চান ব্ৰুণত থকা ইউটিউবৰ মুখ্য কাৰ্যালয়]]
ইউটিউব প্ৰথমে আৰম্ভ কৰিছিল Sequoia Capitalএ ২০০৫ৰ নৱেম্বৰৰ পৰা ২০০৬ৰ এপ্ৰিলৰ মাজভাগত। ইয়াৰ প্ৰথম মুখ্য কাৰ্য্যালয় আছিল কেলিফ'ৰ্ণিয়াৰ সান মাতেওত থকা [https://www.todayssarkariresult.com/ পিজ্জাৰিয়া] আৰু জাপানিজ চৰাইখানা এখনৰ ওপৰত। ইয়াৰ ডোমেইন নাম www.youtube.com ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে সক্ৰিয় কৰা হৈছিল আৰু পৰৱৰ্ত্তী মাহবোৰত জালস্থানটোৰ উন্নতি সাধন কৰা হৈছিল।
 
প্ৰথম ইউটিউব ভিডিঅ'টোৰ নাম আছিল "[[মি এট দ্য জু]]" (''Me at the zoo''), য’ত উদ্ভাৱক জাৱেদ কৰিমক দেখা গৈছিল চেন ডিয়েগ' চিৰিয়াখানাত। এই ভিডিঅ'টো ২০০৫ চনৰ ২৩ এপ্ৰিলত আপলোড কৰা হৈছিল আৰু এতিয়াও ই ৱেবছাইটটোত উপলব্ধ।
46 নং শাৰী:
 
====আপ-লোড====
সকলো ইউটিউব উপভোক্তায়ে ১৫ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ'বোৰ আপ-লোড কৰিব পাৰে। যিসকল উপভোক্তাই ইউটিউবৰ [https://www.todayssarkariresult.com/ কমিউনিটি] গাইডলাইন সফলভাৱে পালন কৰে তেওঁলোকে অসীম দৈৰ্ঘৰ ভিডিঅ' আপ-লোড কৰাৰ সুবিধা লাভ কৰে যাৰ কাৰণে তেওঁলোকৰ একাউণ্ট সাধাৰণতে [[ম’বাইল ফোন]]ৰ সহায়ত সত্যাপন কৰিব লাগে।<ref>[http://www.google.com/support/youtube/bin/answer.py?answer=71673 Video length for uploading] YouTube Help. Retrieved November 2, 2011.</ref> ২০০৫ চনত ইউটিউব আৰম্ভ কৰাৰ সময়ত ইয়াত দীঘল দৈৰ্ঘ্যৰ ভিডিঅ'ও আপ-লোড কৰিব পৰা গৈছিল কিন্তু ২০০৬ চনৰ মাৰ্চ মাহত ইয়াত ১০ মিনিটৰ এটা সীমা নিৰ্ধাৰণ কৰা হয় কাৰণ তেতিয়া ইউটিউবত বহুতো দূৰদৰ্শন আৰু কথাছৱিৰ অনাধিকৃত ভিডিঅ' আপ-লোড কৰা হৈছিলে।<ref>{{cite web| title =YouTube caps video lengths to reduce infringement|author=Fisher, Ken| publisher = Ars Technica| url=http://arstechnica.com/news.ars/post/20060329-6481.html|accessdate=December 4, 2008 }}</ref><ref name="longer">{{cite web| title =Account Types: Longer videos|author=| publisher = YouTube| url=http://www.google.com/support/youtube/bin/answer.py?answer=71673&ctx=sibling|accessdate=December 4, 2008 }}</ref> ১০ মিনিটৰ সীমাটো ২০১০ৰ জুলাই মাহত ১৫ মিনিটলৈ বঢ়াই দিয়া হয়।<ref name="15min">{{Cite news|url=http://news.cnet.com/8301-27076_3-20012090-248.html|title=YouTube bumps video limit to 15 minutes|date=July 29, 2010|first=Josh|last=Lowensohn|publisher=CNET|accessdate=July 29, 2010}}</ref> সাধাৰণতে ইউটিউবত আপ-লোড কৰা ফাইলৰ আকাৰ ২ জিবি হয় যদিও [[জাভা]] আধাৰিত আপ-লোডাৰ ব্যৱহাৰ কৰিলে ২০ জিবিলৈকে আপ-লোড কৰিব পৰা যায়।
 
ইউটিউবত বিভিন্ন ক’ন্টেইনাৰ ফ’ৰমেটৰ (container format) ভিডিঅ' আপ-লোড কৰিব পাৰি যেনে ডট এভিআই (.AVI), ডট এমকেভি (.MKV), ডট এমঅ'ভি (.MOV), ডট এমপিফ’ৰ (.MP4), ডট ডিভএক্স (.DivX), ডট এফএলভি (.FLV), ডট অ'জিজি (.ogg), ডট ওজিভি (.ogv) ইত্যাদি। এইবিলাকৰ ভিডিঅ' ফ্’ৰমেট সমূহ এনে ধৰণৰ এমপিইজি (MPEG), এমপিইজি-ফ’ৰ (MPEG-4), ভঅ'বি (VOB), আৰু ডাব্লিউএমভি (WMV). [[ম’বাইল ফোন]]ৰ পৰা ইয়াত থ্ৰীজিপি (3GP) ভিডিঅ'ও আপ-লোড কৰিব পাৰি।<ref>{{cite web| title =Video Formats: File formats|author=| publisher = YouTube| url=http://www.google.com/support/youtube/bin/answer.py?answer=55744&topic=10526|accessdate=December 4, 2008 }}</ref> সকলো ইউটিউব ভিডিঅ'ই প্ৰ’গ্ৰেছিভ স্কেনিঙ (progressive scanning) পদ্ধতি ব্যৱহাৰ কৰে।<ref>{{cite web| title =Getting Started: File formats| publisher = YouTube| url=http://www.google.com/support/youtube/bin/answer.py?hl=en&answer=55744 |accessdate=August 14, 2010}}</ref>
"https://as.wikipedia.org/wiki/ইউটিউব"ৰ পৰা অনা হৈছে