সত্য সাই বাবা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{নিৰ্বাচিত প্ৰবন্ধ}}
{{Infobox Hindu leader
|name = সত্য সাই বাবা
Line 247 ⟶ 246:
২৬ ডিচেম্বৰ ২০০০ চনত [[দ্য টাইমচ অৱ ইণ্ডিয়া]]ত সাই বাবাৰ বক্তব্য প্ৰকাশ পালে: {{quote|[[যীশু খ্ৰীষ্ট]]ও বহু কঠিনতাৰ সন্মুখীন হৈছিল, আৰু ঈৰ্ষাৰ বাবেই তেওঁ ক্ৰচবিদ্ধও হৈছিল। তেওঁৰ চাৰিওফালে থকা বহু লোকে তেওঁ কৰা ভাল কাম আৰু তেওঁ গোটোৱা ধেৰসংখ্যাক অনুগামী সহ্য কৰিব নোৱাৰিলে। তেওঁৰ এজন শিষ্য জুডাচে বিশ্বাসঘাত কৰিলে। সেই সময়ত এজন জুডাচ আছিলে, কিন্তু এতিয়া হাজাৰ হাজাৰ আছে। যিদৰে সেই জুডাচক বিশ্বাসঘাত কৰিবলৈ প্ৰলোভিত কৰা হৈছিল, আজিৰ জুডাচকো মিছা মাতিবলৈ ক্ৰয় কৰা হৈছে। ঈৰ্ষা তেওঁৰ ওপৰত অহা অভিযোগৰ প্ৰেৰক আছিল।.<ref>Rao, Manu (26 December 2000), Sai Baba lashes out at detractors http://timesofindia.indiatimes.com/city/bangalore/sai-baba-lashes-out-at-detractors/articleshow/534425761.cms</ref>}}
 
ডিচেম্বৰ ২০০১ চনত তেতিয়াৰ [[ভাৰত|ভাৰতীয়]] প্ৰধান মন্ত্ৰী আৰু সাই বাবাৰ ভক্ত [[অটল বিহাৰী বাজপেয়ী]],<ref name=Palmer97-98 /> ভাৰতৰ উচ্চতম্ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ পি এন ভগৱতী, ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চেয়াৰ পাৰ্চন আৰু ভাৰতৰ উচ্চতম্ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ ৰংগনাথ মিশ্ৰা, আন্তৰ্সংসদীয় ইউনিয়নৰ সভাপতি আৰু বিশেষ মানৱ উন্ননয়ন এম্বেচাদৰ [[নাজমা হেপ্তুল্লাহেপতুল্লা]], ভাৰতীয় সাংসদ, পূৰ্বতে লোকসভাত আৰু কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ পাতিলে একেলগে তলৰ বাক্যকেইটাত স্বাক্ষৰ কৰিলে:
 
{{quote|আমি ভগৱান শ্ৰী সত্য সাই বাবাৰ ওপৰত কিছু নিশ্চিত ৰুচী আৰু লোকে অনা বন্য, অচিন্তাশীল, আৰু মিশ্ৰিত অভিযোগৰ বাবে অতিকৈ দুঃখিত। আমি সাধাৰণতে আশা কৰো যে দায়িত্বশীল মাধ্যমে সচা তথ্য প্ৰকাশ কৰাৰ আগতে নিশ্চিত কৰি ল'ব-- বিশেষকৈ যেতিয়া ব্যক্তিজনক সমগ্ৰ বিশ্বতেই প্ৰেম আৰু নিস্বাৰ্থ মানৱ সেৱাৰ স্বৰূপ হিচাপে গ্ৰহণ কৰা হয়।.<ref name="letterpmindia">Letter from A.B. Vajpayee (the then Prime Minister of India), http://www.hindu.com/thehindu/fline/fl2810/stories/20110520281002600.htm</ref><ref>Official Letter, http://www.saibaba.ws/images/letter_pm_india.gif</ref> }}