আল্লাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান শুধৰণি, লিংক যোগ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
No edit summary
1 নং শাৰী:
{{সাঁচ:অসমীয়াকৰণ}}
{{ইছলাম}}
{{Wikify}}
{{সাঁচ:অসমীয়াকৰণ}}
[[শ্ৰেণী:{{ইছলাম}} ধৰ্ম]]
মুছলমানসকলে তেওঁলোকৰ [[সৃষ্টিকৰ্তাকেসৃষ্টিকৰ্তা|সৃষ্টিকৰ্তাক]] 'আল্লাহ' বুলি সম্বোধন কৰে। [[ইছলাম|ইছলামৰ]] মূল বিশ্বাস হৈছে আল্লাহৰ একত্ব বা [[তাওহিদ]]। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাৱেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক [[কলিমা|শ্বাহাদাহ]] বোলা হয়। এইটো পাঠৰ মাধ্যমত মানুহে স্বীকাৰ কৰে যে, (এক) আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু (দুই) মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ প্ৰেৰিত বাণীবাহক। [[সূৰা ইখলাস|ছুৰা ইখলাছত]] আল্লাহৰ এনেদৰে বৰ্ণনা দিয়া হৈছে
মুছলমানসকলে তেওঁলোকৰ [[সৃষ্টিকৰ্তাকে|সৃষ্টিকৰ্তাক]] 'আল্লাহ' বুলি সম্বোধন কৰে। [[ইছলাম|ইছলামৰ]] মূল বিশ্বাস হৈছে আল্লাহৰ একত্ব বা [[তাওহিদ]]। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাৱেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক [[কলিমা|শ্বাহাদাহ]] বোলা হয়। এইটো পাঠৰ মাধ্যমত মানুহে স্বীকাৰ কৰে যে, (এক) আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু (দুই) মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ প্ৰেৰিত বাণীবাহক। [[সূৰা ইখলাস|ছুৰা ইখলাছত]] আল্লাহৰ এনেদৰে বৰ্ণনা দিয়া হৈছে
[قُلْ هُوَ اللهُ أَحَدٌ. اللهُ الصَّمَدُ. لَمْ يَلِدْ وَلَمْ يُولَدْ. لَمْ يَلِدْ وَلَمْ يُولَدْ. وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ] {الاخلاص:1-4}
# "কওঁক, তেওঁ আল্লাহ, এক, একক
Line 10 ⟶ 9:
# আৰু তেওঁৰ সমতুল্য একোৱেই নাই।
 
ব্যুৎপত্তিগতভাৱে আল্লাহ শব্দটো "ইলাহ" ৰ পৰা গৃহিত ।গৃহিত। ইলাহ(ILAH) শব্দটো আহিছে হিব্ৰু ভাষাৰ এলাহ(Elah)শব্দৰ পৰা ।পৰা। এলাহ মানে পৰম উপাসক ।উপাসক। এলাহৰ ইংৰাজী প্ৰতিশব্দ deity ।deity। deity মানে হ'ল সকলোতকৈ ডাঙৰ ভুত ।ভুত। আল্লাহ শব্দটো আল আৰু ইলাহৰ যুক্তাক্ষৰ(AL+ILAH=Allah)। আল(AL)নিৰ্দিষ্টবাচক শব্দ(determiner) যাৰ অৰ্থ জন, খন, টো বা ইংৰাজীত the ।the। গতিকে আল্লাহ মানে পৰমেশ্বৰ জন (আল=জন,ইলাহ=পৰমেশ্বৰ,The Deity ) । যিহেতু ইছলাম এটা বিশুদ্ধ একেশ্বৰবাদী(এক+ঈশ্বৰ)ধৰ্ম, গতিকে এই ধৰ্মৰ উপাসক জনক সকলোতকৈ উচ্চ আৰু নিৰ্দিষ্ট আসনত অধিষ্ঠিত কৰা হয় ।হয়।
 
=== '''আল্লাহৰ মুখমণ্ডল''' ===
আল্লাহ তা‘আলাৰ চেহাৰা আছে যিটো “জালাল আৰু ইকৰাম” অৰ্থাৎ মহিমাময় আৰু মহানুভৱ গুণ বিশিষ্ট।
 
Line 19 ⟶ 18:
<nowiki>“আৰু কেৱলমাত্ৰ তোমাৰ প্ৰভূৰ মহিমাময় আৰু মহানুভৱ চেহাৰাটোৱে অৱশিষ্ট থাকিব।” [ৰহমান : ২৭]</nowiki>
 
=== '''আল্লাহৰ হাত''' ===
আল্লাহ তা‘আলাৰ সন্মানিত আৰু উম্মুক্ত দুটা হাত আছে।
 
Line 31 ⟶ 30:
“এওঁলোকে আল্লাহৰ সন্মান যেনেকৈ কৰিব লাগে তেনেকৈ নকৰিলে, অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী তেওঁৰ মুঠৰ মাজত থাকিব। আৰু আকাশ সমূহ তেওঁৰ সোঁ হাতত মেৰিয়াই থাকিব।মু্শ্বৰিক সকলৰ শ্বিৰ্কৰপৰা তেওঁ সম্পূৰ্ণ পৱিত্ৰ।” [যুমাৰ: ৬৭]
 
=== '''আল্লাহৰ চকু''' ===
আল্লাহ তা‘আলাৰ দুটা প্ৰকৃত চকু আছে। প্ৰমাণঃ আল্লাহ তা‘আলাই কৈছে:
 
Line 56 ⟶ 55:
“আল্লাহ তা‘আলাক পৃথিৱীৰ কোনো চকুৱে প্ৰত্যক্ষ কৰিব নোৱাৰে বৰং তেওঁ সকলো চকু প্ৰত্যক্ষ কৰে। তেওঁ অতিশয় সুক্ষ্মদৰ্শী আৰু সকলো বিষয়ে অৱগত।” [আন‘আম: ১০৩]
 
=== '''মুমিন সকলে আল্লাহক দেখিব''' ===
মুমিন ব্যক্তিসকলে কিয়ামতৰ দিনা প্ৰভূদৰ্শন [ৰবক দেখিব] কৰিব।
 
Line 63 ⟶ 62:
“সেই দিনা [কিয়ামতৰ দিনা] কিছুমান মূখমণ্ডল উজ্জল হ’ব। নিজ প্ৰভূৰ (ৰব) ফালে দৃষ্টিপাত কৰিব।” [কিয়ামাহ : ২২-২৩]
 
=== '''আল্লাহৰ নিচিনা একোৱেই নহয়''' ===
আল্লাহ তা‘আলাৰ ছিফাতে কামাল বা পূৰ্ণাঙ্গ গুণাৱলীৰ কাৰণে তেওঁৰ লগত কোনো বস্তুৰ ৰিজনি (উপমা,উদাহৰণ)নাখাটে।
 
Line 70 ⟶ 69:
<nowiki>“কোনো বস্তু তেওঁৰ লগত ৰিজনি নাখাটে। তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা।” [শুৰা : ১১]</nowiki>
 
=== '''আল্লাহক কলাঘূমটি আৰু টোপনি একোৱে নধৰে''' ===
তেওঁ চিৰজীৱি চিৰবিৰাজমান শাশ্বত সত্তা হোৱাৰ কাৰণে,
 
Line 77 ⟶ 76:
<nowiki>“তেওঁক টোপনি আৰু কলাঘূমটি একোৱে নধৰে।” [বাকাৰা : ২৫৫]</nowiki>
 
=== '''আল্লাহ পুৰ্ণ ইনছাফকাৰী''' ===
আল্লাহ তা‘আলা “কামালে আদল” [পূৰ্ণ ইনছাফ বা ন্যায়]ৰ গুণেৰে গুণান্বিত হোৱাৰ বাবে কাৰো প্ৰতি অন্যায় নকৰে।
 
ঠিক সেইদৰে, তেওঁ নিজ পূৰ্ণ নিয়ন্ত্ৰণ আৰু আয়ত্তৰ গুণেৰে গুণান্বিত হোৱাৰ বাবে বান্দাহসকলৰ কৰ্মকাণ্ডৰ ক্ষেত্ৰত আওকানীয়া বা উদাসীন নহয়।
 
=== '''আল্লাহৰ জ্ঞান আৰু ক্ষমতা অসীম''' ===
আল্লাহ তা‘আলাৰ অসীম জ্ঞান আৰু ক্ষমতাৰ কাৰণে আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱে তেওঁক অক্ষম অপাৰগ কৰিব নোৱাৰে।
 
Line 95 ⟶ 94:
“নিশ্চয় আমি আকাশ আৰু পৃথিৱী আৰু এই দুয়োৰ মাজত অৱস্থিত সকলো বস্তুকে ছয়দিনত সৃষ্টি কৰিছোঁ। আৰু আমাক কোনো ক্লান্তি স্পৰ্শ কৰা নাই।” [ক্বাফ: ৩৮]
 
=== '''আল্লাহৰ সুন্দৰ নাম আৰু ছিফাত বা গুণাৱলী''' ===
যি সমূহ নাম আৰু গুণাৱলী আল্লাহ তা‘আলাই স্বয়ং নিজৰ বাবে ঘোষণা কৰিছে অথবা তেওঁৰ বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সাব্যস্ত কৰিছে বা স্বীকৃতি দিছে, সেই সমূহ নাম আৰু গুণাৱলীৰ প্ৰতি বিশ্বাস স্থাপন কৰা প্ৰত্যেক মুছলিমৰ বাবে অপৰিহাৰ্য। কিন্তু মুছলিমসকলে কঠিনভাৱে দু’টা বস্তুক অস্বীকাৰ কৰা অনিবাৰ্য।আৰু সেয়া হৈছে: ১. তামছীল (সাদৃশ্য দিয়া); ২. তাকয়ীফ (ধৰণ-গঠন বৰ্ণনা কৰা)।
 
Line 103 ⟶ 102:
এইদৰে, যি সমূহ বিষয় আল্লাহ তা‘আলা তেওঁৰ নিজৰ ক্ষেত্ৰত অথবা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ বাবে নেতিবাচক ঘোষণা কৰিছে সেই সমূহ বিষয় নেতিবাচক হিচাপেই বিশ্বাস কৰা উচিত। এই সমূহ নফী বা নেতিবাচক বিষয় সমূহে, ইয়াৰ বিপৰীতে আল্লাহ তা‘আলাৰ বাবে কামালিয়াত বা পূৰ্ণতাসম্পন্ন গুণ সাব্যস্ত কৰে। আৰু যি সমূহ বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে একোৱে কোৱা নাই, সেই সমূহ বিষয়ত মৌনতা অৱলম্বন কৰা উচিত।
 
=== '''আক্বীদা বা তাওহীদৰ পথত চলা অপৰিহাৰ্য''' ===
প্ৰকৃত ইছলামে আক্বীদা আৰু তাওহীদৰ এই পথত চলাটো ফৰজ ও অপৰিহাৰ্য বুলি ভাবে। কাৰণ যি সমূহ বিষয়ে আল্লাহ তা‘আলাই তেওঁৰ নিজৰ বিষয়ে ইতিবাচক বা নেতিবাচক বুলি ঘোষণা কৰিছে সেই সমূহ বিষয় এনে সংবাদ বা তথ্য যিটো তেওঁ নিজ সত্বা সম্পৰ্কে পৰিবেশন কৰিছে। আৰু আল্লাহ তা‘আলাই তেওঁৰ নিজৰ বিষয়ে আটাইতকৈ বেছি অৱগত। তেওঁ সবাতোকৈ সত্যবাদী আৰু আটাইতকৈ উত্তম বচনৰ অধিকাৰী। বান্দা সকলে নিজৰ জ্ঞানেৰে তেওঁক আয়ত্ত কৰিব নোৱাৰে।
 
Line 114 ⟶ 113:
*৪. আল্লাহৰ বাবে কাৰো উপাসনাৰ প্ৰয়োজন নাই
*৫. আল্লাহে কাৰো জৱাবদিহি নহয়
*৬. আল্লাহ কোন ব্যক্তি বা বস্তুৰ ওপৰত নিৰ্ভৰশীল নহয়. আনহাতে সকলো ব্যক্তি আৰু সকলো সৃষ্টিৰাজি আল্লাহৰ ওপৰত নিৰ্ভৰশীল
*৭. আল্লাহ কাৰোবাৰ সহায়তা অবিহনে সকলোবোৰ সৃষ্টি কৰিব পাৰে
*৮. আল্লাহৰ উৰ্দ্ধত বা আল্লাহৰ সম্য আন একো নাই
*৯. বিদ্যমান এনে একোৱেই নাই যি সম্পূৰ্ণৰূপে আল্লাহৰ পৰাধীন নহয়
*১০. কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে যিটো আল্লাহে প্ৰদান কৰে, আৰু কোনেও প্ৰদান কৰিব নোৱাৰে যিটো আল্লাহে প্ৰতিৰোধ কৰে
Line 221 ⟶ 220:
*98 আৰ-ৰাশীদ (সঠিক পথ-প্ৰদৰ্শক)
*99 আস-সবুৰ (অত্যধিক ধৈৰ্যধাৰণকাৰী)
 
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
"https://as.wikipedia.org/wiki/আল্লাহ"ৰ পৰা অনা হৈছে