নৰেন্দ্ৰ মোদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
42 নং শাৰী:
}}
 
'''নৰেন্দ্ৰ দামোদৰদাস মোদী''' ({{lang-en|Narendra Damodardas Modi}}, জন্ম: ১৭ ছেপ্তেম্বৰ, ১৯৫০) বা চমুকৈ নৰেন্দ্ৰ মোদী হৈছে [[ভাৰতবৰ্ষ]]ৰ [[List of Prime Ministers of India|১৫তম আৰু বৰ্তমান]]ৰ [[Prime Minister of India|প্ৰধানমন্ত্ৰী]]। তেওঁ [[ভাৰতীয় জনতা পাৰ্টী]]ৰ এজন জ্যেষ্ঠ নেতা। ২০০১ৰ পৰা ২০১৪ চনলৈকে সুদীৰ্ঘ ১৩ বছৰ ধৰি তেওঁ গুজৰাটৰ [https://www.todayssarkariresult.com মুখ্যমন্ত্ৰীৰ] পদত আছিল।
 
মোদী ১৯৯৫ আৰু ১৯৯৮ত অনুষ্ঠিত হোৱা গুজৰাট বিধান সভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ মূল কৌশল নিৰ্দ্ধাৰক আছিল। ২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰো তেওঁ বিজেপি দলৰ এগৰাকী প্ৰধান নিৰ্বাচনী প্ৰচাৰক আছিল।<ref>{{cite news|last=Ramakrishnan|first=Venkatesh|title=A Wide Open Contest|url=http://www.frontline.in/navigation/?type=static&page=archive|accessdate=13 October 2013|date=11 April 2009}}</ref> ২০০১ চনত মোদী প্ৰথম বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হয়। গুজৰাটৰ উপ-নিৰ্বাচনত বিজেপি পৰাজিত হোৱা বাবে মুখ্যমন্ত্ৰী [[:en:Keshubhai Patel|কেশুভাই পেটেলে]] পদত্যাগ কৰাত মোদীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেতিয়াৰে পৰা তেওঁ একেৰাহে ৪ৰ্থটো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্বৰ দায়িত্বত আছে। তেওঁ [[ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৪|২০১৪ চনৰ সাধাৰণ নিৰ্বাচন]]ৰ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ (এন.ডি.এ) প্ৰধান মন্ত্ৰী পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী আছিল। সেই নিৰ্বাচনত বিজেপিয়ে ২৮২ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে।