মেৰী কুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

35 নং শাৰী:
==জন্ম আৰু শিক্ষা==
[[File:Sklodowski Family Wladyslaw and his daughters Maria Bronislawa Helena.jpg|thumb|170px|left|Władysław Skłodowski জীৰ সৈতে, সোঁফালৰ গৰাকী মেৰী হেলেনা, ১৮৯০]]
মেৰী বা মেৰিয়াৰ জন্ম হয় ১৮৬৭ খৃষ্টাব্দত।খ্ৰীষ্টাব্দত বৰ্তমানৰ [[পোলেণ্ড]]ৰ ৱাৰ্ছৱাৰশ্ব' চহৰত। তেখেতৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে ৱ্লাডিস্ল স্ক্লড'ৱস্কি আৰু ব্ৰনিস্লাৱা।<ref name="psb111">{{cite book|title=Polski słownik biograficzny, vol. 4|page=111|first=Tadeusz|last=Estreicher|authorlink=Tadeusz Estreicher|language=Polish|chapter=Curie, Maria ze Skłodowskich|year=1938|title-link=Polski słownik biograficzny}}</ref> মাৰিয়াতকৈ ডাঙৰ তিনিগৰাকীচাৰিগৰাকী সন্তান আছিল ক্ৰমে জ'ফিয়া (জন্ম ১৮৬২), জোচেফ (জন্ম ১৮৬৩), ব্ৰনিস্লাৱা (জন্ম ১৮৬৫) আৰু হেলেনা (জন্ম ১৮৬৬)।<ref name="psb111Marie Curie&nbsp;– Polish Girlhood (1867–1891)">{{cite web |url=http://www.aip.org/history/curie/polgirl1.htm |title=Marie Curie&nbsp;– Polish Girlhood (1867–1891) Part 1 |publisher=American Institute of Physics |accessdate=7 November 2011 |archive-url=https://web.archive.org/web/20111102131239/http://www.aip.org/history/curie/polgirl1.htm |archive-date=2 November 2011 |url-status=live }}</ref><ref>{{Cite book|title=The Age of Radiance: The Epic Rise and Dramatic Fall of the Atomic Era|last=Nelson|first=Craig|publisher=Simon & Schuster|year=2014|isbn=978-1-4516-6045-6|page=18|url=https://books.google.com/books?id=vTcGAQAAQBAJ&lpg=PA18&dq=bronislawa%20bronya&pg=PA18|access-date=24 January 2016|archive-url=https://web.archive.org/web/20170423082643/https://books.google.com/books?id=vTcGAQAAQBAJ&lpg=PA18&dq=bronislawa%20bronya&pg=PA18|archive-date=23 April 2017|url-status=live}}</ref> সেই সময়ত পোলেণ্ড [[ৰাছিয়া]]ৰ শাসনাধীন আছিল।
 
পোলেণ্ডৰ ইতিহাস সম্পৰ্কে চৰ্চ্চা অথবা মাতৃভাষাত শিক্ষাদান, এই দুয়োটাই আছিল নিষিদ্ধ। মাৰিয়াৰ পিতৃ-মাতৃয়ে পোলেণ্ডৰ স্বশাসনৰ বাবে যুঁজ কৰি থকা জাতীয়তাবাদী সংগঠনৰ লগত জড়িত থকাৰ অপৰাধত জমাধন আৰু সম্পত্তি হেৰুৱাব লগীয়া হৈছিল। তথাপি কিছুমান শিক্ষক-শিক্ষয়িত্ৰীয়ে অতি সাহসেৰে আৰু সংগোপনে ল’ৰা-ছোৱালীহঁতক মাতৃভূমিৰ ইতিহাস সম্পৰ্কে শিক্ষা দিছিল।
 
মাৰিয়াৰ পিতৃ গণিত আৰু পদাৰ্থবিদ্যাৰ শিক্ষক আছিল লগতে তেখেত ৱাৰ্ছত থকা দুই শিক্ষাশালাৰ পৰিচালকো আছিল।<ref name="Marie Curie&nbsp;— Polish Girlhood (1867–1891)"/> ৰুছ শাসকে বিজ্ঞানৰ ব্যৱহাৰিক শিক্ষা বাতিল কৰাৰ পাছত বিদ্যালয়ৰ পৰীক্ষাগাৰৰ সৰঞ্জামসমূহ মেৰিয়াৰ পিতৃয়ে ঘৰলৈ লৈ আনে, আৰু ঘৰতে ল'ৰা-ছোৱালীক তাৰ ব্যৱহাৰেৰে শিক্ষা দিবলৈ আৰম্ভ কৰে।<ref name="Marie Curie&nbsp; Polish Girlhood (1867–1891)">{{cite web |url=http://www.aip.org/history/curie/polgirl1.htm |title=Marie Curie&nbsp;– Polish Girlhood (1867–1891) Part 1 |publisher=American Institute of Physics |accessdate=7 November 2011 |archive-url=https://web.archive.org/web/20111102131239/http://www.aip.org/history/curie/polgirl1.htm |archive-date=2 November 2011 |url-status=live }}</ref> পোলেণ্ডৰ প্ৰতি থকা অত্যধিক আনুগাত্যৰ ৰুছী চৰকাৰে তেখেতক চাকৰিৰপৰা বৰ্খাস্ত কৰে। এনে অৱস্থাত পৰিয়ালৰ ভৰণ-পোষণৰ বাবে তেওঁলোকে নিজৰ ঘৰতে পেয়িং গেষ্ট ৰখাৰ ব্যৱস্থা কৰি আয় বৃদ্ধি কৰাৰ চেষ্টা কৰে।<ref name="Marie Curie&nbsp;— Polish Girlhood (1867–1891)"/>
 
মাৰিয়াৰ মাতৃয়ে এখন সন্মানীয় আৱাসিক বিদ্যালয় চলাই আছিল। মাৰিয়াৰ জন্মৰ পাছতে তেখেতে চাকৰিৰপৰা অব্যাহতি লয়। মাৰিয়াৰ ১২ বছৰ বয়সত যক্ষ্মা ৰোগত ভূগি মাকৰ মৃত্যু হয়। মাকৰ মৃত্যুৰ ২ বছৰ আগতে মাৰিয়াৰ ডাঙৰ বায়েক জ'ফিয়াৰ মৃত্যু হৈছিল। সৰুতেই দেখা এই দুই মৃত্যুৱে ভগৱানৰ প্ৰতি থকা মাৰিয়াৰ বিশ্বাসত বাধা প্ৰদান কৰে আৰু মাৰিয়া [[অজ্ঞেয়বাদ|অজ্ঞেয়বাদী]] (agonstic) হৈ পৰে।<ref name="Marie Curie"/>
"https://as.wikipedia.org/wiki/মেৰী_কুৰী"ৰ পৰা অনা হৈছে