মেৰী কুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
2 নং শাৰী:
 
{{Infobox scientist
| name = মেৰী স্ক্লডভ্‌স্কা-কুৰী <br/> Marie Skłodowska-Curie
| image = Marie Curie c1920.png
| image_size=180px
| caption = মেডাম কুৰী (১৯২০)
| birth_date = {{birth date|1867|11|7|df=y}}
| birth_place = ওৱাৰশ্বৱাৰশ্ব' ({{enwiki(Warsaw))}}, [[পোলেণ্ড]], তেতিয়াৰ [[ৰাছিয়া]]<ref>http://www.nobelprize.org/nobel_prizes/physics/laureates/1903/marie-curie.html</ref>
| death_date = {{death date and age|df=yes|1934|7|4|1867|11|7}}
| death_place = Passy, Haute-Savoie, ফ্ৰান্স
42 নং শাৰী:
 
মাৰিয়াৰ মাতৃয়ে এখন সন্মানীয় আৱাসিক বিদ্যালয় চলাই আছিল। মাৰিয়াৰ জন্মৰ পাছতে তেখেতে চাকৰিৰপৰা অব্যাহতি লয়। মাৰিয়াৰ ১২ বছৰ বয়সত যক্ষ্মা ৰোগত ভূগি মাকৰ মৃত্যু হয়। মাকৰ মৃত্যুৰ ২ বছৰ আগতে মাৰিয়াৰ ডাঙৰ বায়েক জ'ফিয়াৰ মৃত্যু হৈছিল। সৰুতেই দেখা এই দুই মৃত্যুৱে ভগৱানৰ প্ৰতি থকা মাৰিয়াৰ বিশ্বাসত বাধা প্ৰদান কৰে আৰু মাৰিয়া [[অজ্ঞেয়বাদ|অজ্ঞেয়বাদী]] (agonstic) হৈ পৰে।<ref name="Marie Curie"/>
 
 
দহ বছৰ বয়সত মাৰিয়াই আৱাসিক বিদ্যালয় এখনত আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি কৰে। ১২ জুন ১৮৮৩ চনত সোণৰ পদক লাভেৰে তেওঁ স্কুলীয়া জীৱন শেষ কৰে।<ref name="psb111"/> ইয়াৰ পাছতে তেওঁ শাৰীৰিক অসুবিধাৰ বাবে (খুৱ সম্ভৱ তেওঁ [[ডিপ্ৰেছন]]ত ভূগিছিল) এটা বছৰ তেওঁ পিতৃৰ ফালৰ অঙহী-বঙহীৰ লগত গাঁওত কটায়।<ref name="Marie Curie&nbsp;— Polish Girlhood (1867–1891)"/> গাঁৱৰ পাছৰ এটা বছৰ তেওঁ দেউতাকৰ লগতে থাকি শিক্ষাদানৰ কাম কৰে।<ref name="psb111"/> স্ত্ৰী হোৱা হেতুকে তেওঁ ইচ্ছা থকা স্বত্তেও উচ্চ-শিক্ষাৰ বাবে আগবাঢ়িব পৰা নোৱাৰি, মেৰিয়া আৰু বায়েক ব্ৰনিস্লাৱাই 'ফ্লায়িং বিশ্ববিদ্যালয়'ত যোগদান কৰে। এই বিশ্ববিদ্যালয়ে ৰুছিয়ান শাসনৰ বিৰোধিতা কৰি প'লিছ স্বাভিমানৰ বিষয়ে পঢ়ুৱাইছিল, লগতে স্ত্ৰী-শিক্ষাৰ বাবেও যত্ন কৰিছিল।<ref name="psb111"/><ref name="Marie Curie&nbsp;— Polish Girlhood (1867–1891)"/>
Line 136 ⟶ 135:
 
<ref name="Marie Curie and the Science of Radioactivity 2">{{cite web|url=http://www.aip.org/history/curie/resbr2.htm |title=Marie Curie &nbsp;— Research Breakthroughs (1807-1904)Part 2 |publisher=American Institute of Physics |accessdate=7 November 2011}}</ref>
 
<ref name="psb111">{{cite book|title=[[Polski Słownik Biograficzny]], Vol. 4|pages=111|author=Tadeusz Estreicher|authorlink=Tadeusz Estreicher|accessdate=10 September 2012|language=Polish|chapter=Curie, Maria ze Skłodowskich|year=1938}}</ref>
 
<ref name="psb112">{{cite book|title=[[Polski Słownik Biograficzny]], Vol. 4|pages=112|author=Tadeusz Estreicher|authorlink=Tadeusz Estreicher|accessdate=10 September 2012|language=Polish|chapter=Curie, Maria ze Skłodowskich|year=1938}}</ref>
"https://as.wikipedia.org/wiki/মেৰী_কুৰী"ৰ পৰা অনা হৈছে