ফ্লিপকাৰ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

infobox updated
No edit summary
5 নং শাৰী:
| screenshot_size = 250px
| screenshot_alt =
| company_type = [[Private company|ব্যক্তিগত]]
| website_type = [[ই-বাণিজ্য]]
| founded = {{start date and age|df=y|2007}}
| location = [[বেংগালুৰু]], [[ভাৰত]]
21 নং শাৰী:
| area_served = [[ভাৰত]]
| programming_language=
| alexa = {{increase}} ১০৪104 {{small|{{nowrap|(গোলকীয়Global, {{as of|2019|06|19|alt=নৱেম্বৰ ২০১৯November 2019}})}}}}<ref name="alexa">{{cite web|url= http://www.alexa.com/siteinfo/flipkart.com |title= flipkart.com Site Overview | publisher= [[Alexa Internet]] |accessdate= 3 February 2018}}</ref><br/>{{increase}} 6 {{small|{{nowrap|(ভাৰতIndia, {{as of|2019|06|19|alt=নৱেম্বৰNovember ২০১৯2019}})}}}}<ref name="alexa"/>
| subsid = {{hlist|[[Myntra]]|[[Jabong.com]]|[[PhonePe]]|[[Ekart]]|Jeeves|2GUD}}
| url = {{URL|http://www.flipkart.com/}}
27 নং শাৰী:
}}
 
কৰ্নাটকৰ বাংগালোৰত অৱস্থিত '''ফ্লিপকাৰ্ট''' হৈছে [[কৰ্ণাটক]]ৰ [[বাংগালোৰ]]ত অৱস্থিত এক ভাৰতীয় ই-কমাৰ্চ প্ৰতিষ্ঠান। পূৰ্বতে [[আমাজ’ন ডট কম]]ত কৰ্মৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দুজন স্নাতক শচীন বানচাল আৰু বিন্নী বানচালে ২০০৭ চনত ফ্লিপকাৰ্ট আৰম্ভ কৰে। প্ৰথম অৱস্থাত ফ্লিপকাৰ্টে কিতাপৰ বিক্ৰীৰে ব্যৱসায় আৰম্ভ কৰে, যদিও বৰ্তমান ফ্লিপকাৰ্টত বিভিন্ন ধৰণৰ ইলেকট্ৰনিকচ সামগ্ৰীৰ লগতে নিত্যব্যৱহাৰ্য বিভিন্ন সামগ্ৰী পোৱা যায়। ফ্লিপকাৰ্টৰ পৰা বস্তু ক্ৰয় কৰিবৰ বাবে গ্ৰাহকে বহুবোৰ বিকল্পৰ মাজৰ পৰা নিজৰ পচন্দৰ বিকল্প বাচি ল’ব পাৰে, যেনে: ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, ই-ঊপহাৰ কুপন ইত্যাদি, তাৰোপৰি বস্তু গ্ৰাহকে ঘৰত পোৱাৰ সময়ত নগদ ধন দিবৰ পৰা ব্যৱস্থা (Cash on Delivery)ৰ বিকল্পও আছে।<ref>http://www.flipkart.com/s/help/payments</ref> <br />
ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড যতেষ্ঠ কম ব্যৱহাৰ হোৱা ভাৰতত, গ্ৰাহকে ঘৰতে নগদ ধন দিবৰ পৰা এই ব্যৱস্থাই ফ্লিপকাৰ্টৰ লগতে এনে ই-ব্যৱসায়ক এক নতুন মাত্ৰা প্ৰদান কৰা দেখা যায়। <ref>http://www.business-standard.com/india/news/cashdelivery/401747/</ref>
 
==ইতিহাস==
আই আই টি দিল্লীৰ দুজন প্ৰাক্তন চাত্ৰ শচীন বানচাল আৰু বিন্নী বান্চালে ২০০৭ চনত ফ্লিপকাৰ্টাৰ জন্ম দিয়ে। নিজৰ এই কোম্পানীটো খোলাৰ আগলৈকে দুয়ো [[আমাজ’ন ডট কম]]ৰ কৰ্মচাৰী আছিল, প্ৰথমে তেওঁলোকে ৱৰ্ড অফ মাউথ (মৌখিক প্ৰচাৰ)ব্যৱস্থাৰে নিজৰ ব্যৱসায়ৰ জনপ্ৰিয়কৰণৰ ব্যৱ্স্থা গ্ৰহণ কৰে । তাৰ কিছু মাহৰ পাছত ফ্লিপকাৰ্ট ডট কমে নিজৰ প্ৰথমখন কিতাপ John Woodৰ Leaving Microsoft to Change the World বিক্ৰী কৰিবলৈ সক্ষম হয়, <ref name="et">{{cite news|title=Flipkart: Country’s largest online bookstore|url=http://economictimes.indiatimes.com/news/news-by-industry/et-cetera/Flipkart-Countrys-largest-online-bookstore/articleshow/6108317.cms|author=Archana Rai|accessdate=19 August 2010|newspaper=[[The Economic Times]]|date=30 June 2010}}</ref> বৰ্তমানে ফ্লিপকাৰ্ট ভাৰতৰ প্ৰায় ৩০টা এনে ৱেবচাইটৰ মাজত সৰ্ববৃহত কিতাপ বিক্ৰেতা <ref name="et"/> বৰ্তমান ফ্লিপকাৰ্টত প্ৰায় ১১ নিযুত কিতাপ ঊপলব্ধ, প্ৰথমে কিতাপেৰে আৰম্ভ হোৱা ষ্ট’ৰখনে ২০১০ চনৰ পৰা চিডি, ডিভিডি, ম’বাইল ফোন, ম’বাইল ফোনৰ বিভিন্ন সামগ্ৰী, কম্পিউটাৰ আদি নিজৰ তালিকাত অন্তৰ্ভূক্ত কৰে, ২০১১ চনত এই তালিকাত বিভিন্ন ঘৰুৱা সামগ্ৰী যেনে পাকঘৰৰ সামগ্ৰী, পঢা মেজৰ সামগ্ৰী শৰীৰ চৰ্চাৰ সামগ্ৰী আদি যোগ হয়। <ref>{{cite news|title=Now order your next mobile on Flipkart|url=http://www.livemint.com/2010/08/04170204/Now-order-your-next-mobile-on.html|accessdate=১৯ আগষ্ট ২০১০|newspaper=[[Livemint]]|author=গীতিকা ৰস্তোগী|date=৪ আগষ্ট ২০১০}}</ref> বৰ্তমান ফ্লিপকাৰ্টাৰ মুঠ কৰ্মচাৰীৰ সংখ্যা ৪৫০০<ref>http://www.flipkart.com/about-us</ref>
বৰ্তমানে ফ্লিপকাৰ্ট ভাৰতৰ প্ৰায় ৩০টা এনে ৱেবচাইটৰ মাজত সৰ্ববৃহত কিতাপ বিক্ৰেতা <ref name="et"/>
বৰ্তমান ফ্লিপকাৰ্টত প্ৰায় ১১ নিযুত কিতাপ ঊপলব্ধ, প্ৰথমে কিতাপেৰে আৰম্ভ হোৱা ষ্ট’ৰখনে ২০১০ চনৰ পৰা চিডি, ডিভিডি, ম’বাইল ফোন, ম’বাইল ফোনৰ বিভিন্ন সামগ্ৰী, কম্পিউটাৰ আদি নিজৰ তালিকাত অন্তৰ্ভূক্ত কৰে, ২০১১ চনত এই তালিকাত বিভিন্ন ঘৰুৱা সামগ্ৰী যেনে পাকঘৰৰ সামগ্ৰী, পঢা মেজৰ সামগ্ৰী শৰীৰ চৰ্চাৰ সামগ্ৰী আদি যোগ হয়। <ref>{{cite news|title=Now order your next mobile on Flipkart|url=http://www.livemint.com/2010/08/04170204/Now-order-your-next-mobile-on.html|accessdate=১৯ আগষ্ট ২০১০|newspaper=[[Livemint]]|author=গীতিকা ৰস্তোগী|date=৪ আগষ্ট ২০১০}}</ref> বৰ্তমান ফ্লিপকাৰ্টাৰ মুঠ কৰ্মচাৰীৰ সংখ্যা ৪৫০০<ref>http://www.flipkart.com/about-us</ref>
 
===মূলধন===
Line 72 ⟶ 70:
*{{URL|http://www.flipkart.com/mp3-downloads/|সংগীত ডাউনলোড}}
*{{URL|http://thetechweekly.com/article/flipkart-revolutionizing-indian-ecommerce/1/|ফ্লিপকাৰ্ট : ভাৰতৰ ই-কমাৰ্চৰ এক আন্দোলন}}
 
 
==তথ্যসূত্ৰ==