25,725
টা সম্পাদনা
SlowPhoton (আলোচনা | বৰঙণি) |
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
||
{{Infobox person
| name
| color
| image
| image_size
| caption
| birth_date
| birth_place
| death_date
| nationality
| religion
| citizenship
| alma_mater
| field
| occupation
| institution
| influences
| opposed
| influenced
| contributions
| spouse
| parents
| children
| awards =
{{unbulleted list
| [[ৰমন
| {{nowrap|স্বাধীনতা দিৱস বঁটা, ([[বাংলাদেশ]] {{small|(১৯৮৭)}} <ref>{{cite web |url=http://old.cabinet.gov.bd/view_award.php?year_select=1987&Submit=GO&lang=en |title=List of Independence Awardees |website=Cabinet Division, Government of People's Republic of Bangladesh |language=bn |accessdate=29 November 2012}}</ref>}}
| [[বিশ্ব খাদ্য বঁটা]] {{small|(১৯৯৪)}}
| পফেফেৰ শান্তি পুৰস্কাৰ {{small|(১৯৯৪)}}
| [[আন্তৰ্জাতিক গান্ধী শান্তি পুৰস্কাৰ|গান্ধী শান্তি পুৰস্কাৰ]] {{small|(২০০০)}}
| ভলভ' পৰিবেশ বঁটা
| [[
| {{nowrap|প্ৰেচিডেন্টচিয়েল মেডেল অফ ফ্ৰীদম {{small|(২০০৯)}}}}
| কংগ্ৰেছনেল গোল্ড মেডেল
| আগা খান এৱাৰ্ড ফৰ অৰ্কিটেক্সাৰ
}}
| signature
| repec_prefix = e | repec_id = pyu122
}}
'''
==পৰিয়াল আৰু শৈশৱ==
মুহাম্মদ ইউনুছ
মুহাম্মদ ইউনুছৰ
== শিক্ষা আৰু প্ৰাথমিক কৰ্মজীৱন ==▼
চট্টগ্ৰাম কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষায় মুহাম্মদ ইউনুছ মেধা তালিকাত ১৬তম স্থান অধিকৰ কৰে আৰু চট্টগ্ৰাম কলেজত নামভৰ্তি কৰে। তাত তেওঁ সাংস্কৃতিক আৰু ৰাজনৈতিক কাম-কাজত আত্মনিয়োগ কৰে। কলেজত তেওঁ নাটকত অভিনয় কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে। তদুপৰি তেওঁ সাহিত্য পত্ৰিকা সম্পাদনা আৰু আজাদী পত্ৰিকাত লেখা মেলা কৰে।▼
১৯৫৭ চনত মুহাম্মদ ইউনুছ ঢাকা বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ সন্মান শ্ৰেণীত ভৰ্তি হয়। তাৰে পৰা তেওঁ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ব্যুৰ' অফ ইক'নমিক্সত গৱষণা সহকাৰী হিচাপে যোগদান কৰে। ১৯৬২ চনত চট্টগ্ৰাম কলেজত তেওঁ প্ৰবক্তা পদত যোগদান কৰে। ১৯৬৫ চনত ফুলব্ৰাইট স্কলাৰশিপ লৈ তেওঁ যুক্তৰাষ্ট্ৰ যায় আৰু পূৰ্ণ বৃত্তি লৈ ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৯ চনত অৰ্থনীতিত পিএইচডি ডিগ্ৰী লাভ কৰে। ইউনুছ বাংলাদেশ ঘূৰি অহাৰ আগতে ১৯৬৯ চনৰ পৰা ১৯৭২ চনলৈ মিডল টেনেচি ষ্টেট ইউনিভাৰ্চিটিত শিক্ষকতা কৰে। ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত মুহাম্মদ ইউনুছ বাংলাদেশৰ পক্ষে বিদেশত জনমত গঢ়ি তোলা আৰু মুক্তিযোদ্ধা সকলক সহায়তা প্ৰদানৰ বাবে সাংগঠনিক কামত নিয়োজিত আছিল। ১৯৭২ চনত দেশলৈ ঘূৰি তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগত সহযোগী অধ্যাপক হিচাপে যোগ দিয়ে আৰু বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰে। ১৯৭৫ চনত তেওঁ অধ্যাপক পদত উন্নীত হয় আৰু ১৯৮৯ চনলৈ তেওঁ এই পদত অধিষ্ঠিত থাকে।<ref>http://www.muhammadyunus.org/About-Professor-Yunus/cv-of-professor-muhammad-yunus/</ref>▼
▲চট্টগ্ৰাম কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত
▲১৯৫৭ চনত
১৯৭৪ চনত বাংলাদেশত সংঘটিত দুৰ্ভিক্ষৰ সমযত ইউনুছে দৰিদ্ৰতাৰ বিৰুদ্ধে
▲১৯৭৪ চনত বাংলাদেশত সংঘটিত দুৰ্ভিক্ষৰ সমযত ইউনুছে দৰিদ্ৰতাৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰে। তেওঁ গম পালে যে স্বল্প পৰিমাণৰ ঋণ দুখীয়া মানুহৰ জীৱন মান উন্নয়নত অত্যন্ত কাৰ্যকৰী হব পাৰে। সেই সময়ত তেওঁ গৱেষণাৰ বাবে গ্ৰামীণ অৰ্থনৈতিক প্ৰকল্প আৰম্ভ কৰে। ১৯৭৪ চনত মুহাম্মদ ইউনুছ তেভাগা খামাৰ প্ততিষ্ঠা কৰে। পিছলৈ বিভিন্ন পেকেজৰ আওঁতাত চৰকাৰে ইয়াক অধিগ্ৰহণ কৰে।
== গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠা==
মুহাম্মদ
দুখীয়াৰ অৰ্থনৈতিক উন্নয়নত গ্ৰামীণ বেংকৰ সাফল্য উন্নত বিশ্বৰ দেশ সমূহ যেনে
মুহাম্মদ ইউনুছ আৰু তেওঁৰ প্ৰতিষ্ঠিত গ্ৰামীণ বেংক যৌথভাবে ২০০৬ চনত কল্যান অৰ্থনীতিৰ বাবে শান্তিৰ
▲মুহাম্মদ ইউনুছ ১৯৭৬ চনত গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠা কৰে। দৰিদ্ৰ বাংলাদেশী সকলৰ মাজত ঋণ বিতৰণৰ উদ্দেশ্য এই বেংক প্ৰতিষ্ঠা কৰা হয়। তেতিয়াৰে পৰা গ্ৰামীণ বেংকে ৫.৩ মিলিয়ন ঋণগ্ৰহীতাৰ ভিতৰত ৫.১ বিলিয়ন মাৰ্কিন ডলাৰ ঋণ প্ৰদান কৰিছে। ঋণৰ টকা ঘূৰাই পোৱা নিশ্চিত কৰাৰ বাবে গ্ৰামীণ বেংকে "সংহতি দল" নামৰ পদ্ধতি ব্যৱহাৰ কৰে। এটি অনানুষ্ঠানিক সৰু দল একত্ৰিত হৈ ঋণৰ বাবে আবেদন কৰে আৰু ইয়াৰ সদস্যবৃন্দ এজনে আনজনৰ জামিনদাৰ হিচাপে থাকে আৰু এজনে আনজনৰ উন্নয়নত সাহায্য কৰে। বেংকৰ পৰিধি বঢ়াৰ লগে লগে দৰিদ্ৰ দূৰীকৰণৰ বাবে অন্যান্য পদ্ধতি প্ৰয়োগ কৰে। ক্ষুদ্ৰঋণৰ লগে লগে যোগ হয় গৃহঋণ, মিনপালন আৰু জলসিঞ্চন ঋণ প্ৰকল্প সহ অন্যান্য বেংকিং ব্যৱস্থা।
▲দুখীয়াৰ অৰ্থনৈতিক উন্নয়নত গ্ৰামীণ বেংকৰ সাফল্য উন্নত বিশ্বৰ দেশ সমূহ যেনে যুক্তৰাষ্ট্ৰ সহ অন্যান্য শিল্পোন্নত দেশসমূহে এই মডেল ব্যৱহাৰ কৰিবলৈ উদ্ভুদ্ধ হয়।
▲== নোবেল বঁটা অৰ্জন ==
▲মুহাম্মদ ইউনুছ আৰু তেওঁৰ প্ৰতিষ্ঠিত গ্ৰামীণ বেংক যৌথভাবে ২০০৬ চনত কল্যান অৰ্থনীতিৰ বাবে শান্তিৰ নোবেল বঁটা লাভ কৰে। তেওঁ '''প্ৰথম বাংলাদেশী হিচাপে''' এই পুৰস্কাৰ লাভ কৰে।
== প্ৰকাশিত গ্ৰন্থ ==
* Three Farmers of Jobra; অৰ্থনীতি বিভাগ
* Planning in Bangladesh: Format, Technique, and Priority, and Other Essays; Rural Studies Project, অৰ্থনীতি বিভাগ
* Jorimon and Others: Faces of Poverty (co-authors: Saiyada Manajurula Isalama, Arifa Rahman); গ্ৰামীণ বেংক; (১৯৯১)
* Grameen Bank, as I See it; গ্ৰামীণ বেংক; (১৯৯৪)
* Banker to the Poor: Micro-Lending and the Battle Against World Poverty; Public Affairs; (২০০৩) ISBN 978-1-58648-198-8
* Creating a World without Poverty: Social Business and the Future of Capitalism; Public Affairs; (২০০৮) ISBN 978-1-58648-493-4
* Building Social Business: The New Kind of Capitalism that Serves Humanity's Most Pressing Needs [১২৭]
==তথ্য উৎস==
{{reflist}}
== বহিঃসংযোগ ==
* [http://www.grameen-info.org/ গ্ৰামীন বেংক,
* [http://www.worldfoodprize.org/laureates/Past/1994.htm
* [http://www.sajaforum.org/2006/09/saja_newsmaker_.html SAJAforum.org Q&A from around the world with Muhammad Yunus] (audio/MP3 42 minutes)
* [http://www.microcreditsummit.org/newsletter/speaking2.htm
[[শ্ৰেণী:ন’বেল বঁটা বিজয়ী]]▼
[[শ্ৰেণী:বাংলাদেশৰ ব্যক্তি]]
[[শ্ৰেণী:অৰ্থনীতিবিদ]]
▲[[শ্ৰেণী:ন’বেল বঁটা বিজয়ী]]
[[শ্ৰেণী:ৰমন মেগছেছে বঁটা বিজয়ী]]
|
টা সম্পাদনা