জয়প্ৰকাশ নাৰায়ণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

6 নং শাৰী:
|caption = জয় প্ৰকাশ নাৰায়ণ
|birth_date = ১১ অক্টোৱৰ, ১৯০২
|birth_place = [[সীতাৰদিয়াৰা]], [[সাৰন সংমণ্ডল|সাৰন]], [[চাপৰা বিহাৰ]], [[বিহাৰ]]
|death_date = {{Death date and age|df=yes|1979|10|088|1902|10|11}}
|death_place =
|nationality =[[ ভাৰত|ভাৰতীয়]]
21 নং শাৰী:
|footnotes =
}}
'''জয়প্ৰকাশ নাৰায়ণ''' (''{{lang-en |Jayaprakash Narayan}}'') (১৯০২-১৯৭৯) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন আগশাৰীৰ মুক্তি যুদ্ধা আছিল। দেশ তথা জনতাৰ নামত নিজকে উছৰ্গা কৰা এই লোকনায়ক গৰাকীক [[ভাৰত]] চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান [[ভাৰত-ৰত্ন বঁটাৰত্ন]]ৰে ১৯৯৮বঁটাৰে ১৯৯৯ চনত বিভূষিত কৰিছিল। ১৯৩০-৩২ চনত তেওঁ কংগ্ৰেছ দলৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ [[বাৰাণাসী]]ত থকা '''ইনষ্টিটিউট অৱ গান্ধীয়ান ষ্টাডিজ''' নামৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠাতা আছিল।<ref name="জয়প্ৰকাশ নাৰায়ণ">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১৩৪,১৩৫,১৩৬,১৩৭}}</ref>
 
==জন্ম আৰু পৰিয়াল==
29 নং শাৰী:
জয়প্ৰকাশ নাৰায়ণে অসহযোগ আন্দোলনৰ বাবেই তেওঁৰ কলেজীয়া শিক্ষাত আধাতে এৰি কলেজ ত্যাগ কৰে। আনকি তেওঁ বিশ্ববিদ্যালয়ৰ বৃত্তি ল'বলৈও অস্বীকাৰ কৰে। ১৯২২ চনত তেওঁ উচ্চ শিক্ষা লবলৈ [[আমেৰিকা]]লৈ যায়। আমেৰিকাত তেওঁ প্ৰায় আঠবছৰ কাল অধ্যয়নত কটায়। তেওঁ ঘৰুৱা আৰ্থিক অৱস্থা টনকিয়াল নাছিল বাবে আমেৰিকাত পঢ়া দিন কেইটা কষ্টৰে কটাবলগীয়া হৈছিল। সেয়ে তেওঁ নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ কেতিয়াবা ফল-মূলৰ দোকানত, কেতিয়াবা [[ইস্পাত কাৰখান]]ত, কেতিয়াবা [[ৰেষ্টুৰাঁ]] আদিত কাম কৰিছিল। কামৰ মাজতো পঢ়াত তেওঁ ঠিকে মনোযোগ ৰাখিছিল। ১৯২৯ চনত তেওঁ আমেৰিকাৰ পৰা নিজ দেশ ভাৰতলৈ উভতি আহে।<ref name="জয়প্ৰকাশ নাৰায়ণ"/>
 
==সংগ্ৰামী জীৱন==
{{ৰেফলিষ্ট}}
 
{{ভাৰত ৰত্ন}}
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ স্বাধীনতা সংগ্ৰামী]]
[[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী‎]]
[[শ্ৰেণী:ৰমন মেগছেছে বঁটা বিজয়ী]]