কপৌ ফুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
28 নং শাৰী:
 
ভাৰতত এই উদ্ভিদ ঘাইকৈ উত্তৰ পূৰ্বাঞ্চল, [[উৰিষ্যা]] আৰু [[অন্ধ্ৰ প্ৰদেশ]]ত পোৱা যায়। বায়'-পাইৰেছীৰ কবলত পৰি এই উদ্ভিদ এতিয়া ভাৰতত লুপ্ত হোৱাৰ পথত। কপৌ ফুলক [[অসম]] আৰু [[অৰুণাচল প্ৰদেশ]]ৰ ৰাজ্যিক ফুল হিচাপে মান্যতা দিয়া হৈছে।
[[File:কপৌ ফুলFoxtail Orchid.jpg|thumb|কপৌফুল]]
 
== যত্ন ==
এই উদ্ভিদৰ বাবে সম পৰিমাণত জলযোগান আৰু গোটেই বছৰত সম পৰিমাণত সাৰৰ প্ৰয়োগৰ প্ৰয়োজন।<ref name=ob/> যদিহে পাত বোৰ বেছিকৈ তিতি থাকে তেতিয়াহলে মৰি যোৱাৰ সম্ভাৱনা থাকে। ইহঁতে পৰোক্ষ পোহৰ পছন্দ কৰে। ফুল সাধাৰণতে বসন্তৰ শেষৰ ফালে ফুলে।<ref>(1998-01-20). [http://www.orchidspecies.com/rhynchostylis.htm "Rhynchostylis page"]. Orchid Species.com. Retrieved on 2013-03-18.</ref>
"https://as.wikipedia.org/wiki/কপৌ_ফুল"ৰ পৰা অনা হৈছে