ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
34 নং শাৰী:
* সমৰ্থন জনালোঁ | [[সদস্য:Bhaskarjyoti Bhuyan|Bhaskarjyoti Bhuyan]] ([[সদস্য বাৰ্তা:Bhaskarjyoti Bhuyan|talk]]) 00:26, 18 মে' 2019 (ইউ.টি.চি.)
</div>
 
== কৰ্মশালা সম্পৰ্কে প্ৰস্তাৱ ==
 
অসম সাহিত্য সভাৰ সভাপতি কুল শইকীয়াই জনাইছে যে লকডাউন শেষ হ’লেই অসমৰ বিভিন্ন জিলাত ৱিকিপিডিয়াৰ কৰ্মশালা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে পদক্ষেপ ল’ব । অসম সাহিত্য সভাই কলেজ সমূহৰ সৈতে যুতীয়াভাৱে এই কামটো কৰিব । তেওঁ কোৱামতে আমি বিভিন্ন জিলাত থকাসকলে নিজ নিজ জিলাত নতুন মানুহখিনিক শিকাবলৈ দায়িত্ব ল’ব লাগে ।
 
আমাৰ ৰাইজে বিষয়টো আলোচনা কৰক ।