"হৃদযন্ত্ৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

12 বাইট যোগ দিয়া হ’ল ,  2 বছৰৰ পূৰ্বে
No edit summary
[[File:Real-time MRI - Thorax.ogv|thumb|[[Real-time MRI]] of the human heart]]
 
'''হৃদযন্ত্ৰ''' ({{lang-en|Heart}}) হৃদপেশীৰ দ্বাৰা গঠিত কেন্দ্ৰীয় পাম্প সদৃশ অংগ,যি অবিৰতভাৱে [[প্ৰাণী]]ৰ [[জীৱন]] থকালৈকে স্পন্দিত হৈ গোটেই দেহত ৰক্ত পৰিবহণ কৰে৷ ই বক্ষ গহ্বৰত [[হাঁওফাঁও]] দুটাৰ মধ্যৱৰ্তী স্থানত অৱস্থিত সোপোকা অংগ৷ হৃদযন্ত্ৰ হৃদয়াৱৰণ () ৰ দ্বাৰা আবৃত হৈ থাকে৷ হৃদয়াৱৰণ আৰু হৃদযন্ত্ৰৰ মাজৰ গহ্বৰটোক হৃদয়াৱৰণ গহ্বৰ বোলে৷ ই এক প্ৰকাৰ জুলীয়া ৰসেৰে পূৰ্ণ হৈ থাকে৷ এই ৰসে হৃদযন্ত্ৰক বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে৷ হৃদযন্ত্ৰটো ৪ টা কোঠালিযুক্ত৷ নিম্নখাপৰ [[মেৰুদণ্ডী প্ৰাণী]]ৰ পৰা ক্ৰমে উচ্চখাপৰ [[প্ৰাণী]]লৈ ইয়াৰ জটিলতা বৃদ্ধি পায়৷
==বিভিন্ন [[মেৰুদণ্ডী প্ৰাণী]]ৰ হৃদযন্ত্ৰ==
 
1

সম্পাদনা