ৰমা দাশ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''ৰমা দাস''' এজন অসমীয়া চুটি গল্পকাৰ। আৱাহন আলোচনীৰ যোগেদি আত্মপ্ৰকাশ কৰে। তেওঁ আৱাহন যুগৰ গল্পকাৰ । তেওঁৰ উল্লেখযোগ্য গল্প হ'ল 'বৰ্ষা যেতিয়া নামে', 'প্ৰায়শ্চিত্ত', 'অচল টকা', 'অবুজ মায়া', 'কোন এওঁ নতুন মিৰাণ্ডা' ইত্যাদি। ৰোমাণ্টিক যুগৰ নৰ-নাৰীৰ প্ৰেম ৰমা দাশৰ গল্পৰ মূল বৈশিষ্ট্য।
 
[[শ্ৰেণী:সংক্ষিপ্ত জীৱনী]]
"https://as.wikipedia.org/wiki/ৰমা_দাশ"ৰ পৰা অনা হৈছে