অৰুণাচল কমলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
18 নং শাৰী:
অৰুণাচল কমলাৰ গছসমূহ গুল্মজাতীয় আৰু ই প্ৰায় ৩-ৰ পৰা ৬ মিঃ পৰ্যন্ত ওখ হয়। এজোপা পূৰঠ গছত বছৰি গড়ে ২০০-ৰ পৰা ৩০০-টালৈকে ফল লাগে। ইয়াৰ বাকলিৰ ঘনত্ব মজলীয়া আৰু পকিলে টেঙাসমূহৰ বৰণ সুমথিৰা হৈ পৰে। নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ফলসমূহ গছৰ পৰা ছিঙি অনা হয়।
 
===বৈশিষ্ট্যসমূহ===
===বৈশিষ্ট্য্সমূহ===
বৃদ্ধি, গঠনমূলক-ৰসায়নিক বৈশিষ্ট্য আৰু সোৱাদৰ ফালৰ পৰা অৰুণাচল কমলা আন কমলা টেঙাসমূহতকৈ ভিন্ন হয়। ইয়াৰ বিশেষত্বসমূহ এনেধৰণৰ:-