অৰুণাচল কমলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
14 নং শাৰী:
}}
'''অৰুণাচল কমলা''' বা '''ৱাক্ৰ’ কমলা''' হৈছে [[ভাৰত]]ৰ উত্তৰ-পূৰ্বাঞ্চলৰ [[অৰুণাচল প্ৰদেশ]]ত থলুৱাভাৱে উৎপাদিত হোৱা এবিধ [[কমলা টেঙা]]। ২০১৫ চনৰ ২৩ মাৰ্চত ভাৰত চৰকাৰৰ [[ভৌগোলিক স্বীকৃতি]] পঞ্জীয়নৰ কাৰ্যালয়ে<ref name="GIR">{{cite web | url=http://ipindiaservices.gov.in/GirPublic/Application/Details/375 | title=Arunachal Orange | publisher=Geographical Indication Registry | date=March 23, 2015 | accessdate=April 11, 2020}}</ref> অৰুণাচল কমলাক ভৌগোলিক স্বীকৃতি প্ৰদান কৰে।<ref name="BL">{{cite news | url=https://www.thehindubusinessline.com/economy/agri-business/arunachal-wakro-orange-gets-gi-registration/article7231888.ece# | title=Arunachal Wakro orange gets GI registration | work=Business Line | date=May 21, 2015 | agency=The Hindu | accessdate=April 11, 2020}}</ref> উত্তৰ-পূব ক্ষেত্ৰীয় কৃষি বিপনণ নিগম লিমিটেডে ভৌগোলিক স্বীকৃতি পঞ্জীয়কৰ ওচৰত দাখিল কৰা প্ৰতিবেদন অনুসৰি এই কমলাবিধৰ বিশেষত্ব হৈছে ইয়াৰ টেঙা-মিঠা সোৱাদ আৰু ৰসৰ প্ৰাচুৰ্য। অৰুণাচল প্ৰদেশৰ মুঠ টেঙাজাতীয় ফল উৎপাদনৰ ৯০% অৰুণাচল কমলা।<ref name="GIR" />
 
অৰুণাচল কমলাৰ গছসমূহ গুল্মজাতীয় আৰু ই প্ৰায় ৩-ৰ পৰা ৬ মিঃ পৰ্যন্ত ওখ হয়। এজোপা পূৰঠ গছত বছৰি গড়ে ২০০-ৰ পৰা ৩০০-টালৈকে ফল লাগে। ইয়াৰ বাকলিৰ ঘনত্ব মজলীয়া আৰু পকিলে টেঙাসমূহৰ বৰণ সুমথিৰা হৈ পৰে। নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ফলসমূহ গছৰ পৰা ছিঙি অনা হয়।<ref name="GIR" />
 
===বৈশিষ্ট্যসমূহ===
বৃদ্ধি, গঠনমূলক-ৰসায়নিক বৈশিষ্ট্য আৰু সোৱাদৰ ফালৰ পৰা অৰুণাচল কমলা আন কমলা টেঙাসমূহতকৈ ভিন্ন হয়। ইয়াৰ বিশেষত্বসমূহ এনেধৰণৰ<ref name="GIR" />:-
 
* অৰুণাচল কমলাৰ বাকলি আন কমলাৰ দৰে আটিল নহয় বাবে গুচাবলৈ সহজ।
30 নং শাৰী:
 
{| class="wikitable"
|+ পূৰ্ণাংগ ফল একোটাৰ গঠনমূলক-ৰসায়নিক বৈশিষ্ট্য<ref name="GIR" />:-
! ভিত্তি/উপাদান !! পৰিমাণ
|-
53 নং শাৰী:
===তথ্য সংগ্ৰহ===
<references />
{{ভৌগোলিক স্বীকৃতি}}
 
[[শ্ৰেণী:ফল]]