"অসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেত"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

tag
টেগ্‌: ২০১৭ উৎস সম্পাদনা
(tag)
{{unreferenced}}
{{incomplete}}
পৃথিৱীৰ অন্যান্য আদিম লোকসমাজে বিশ্বাস কৰি অহাৰ দৰে অসমৰ লোকসমাজতো ভূত-প্ৰেত সম্বন্ধীয় বিশ্বাস বহুলভাৱে প্ৰচাৰিত। অদৃশ্য আৰু ৰহস্যজনক শক্তি সম্বন্ধে প্ৰচলিত এই লোকবিশ্বাস নগৰতকৈ গাঁৱলীয়া সমাজত অধিক প্ৰচলিত। প্ৰাচীন কালৰে পৰা অসমীয়া সমাজত হিন্দু ধৰ্মৰ পৰম্পৰা চলি আহিছে। হিন্দু ধৰ্মত নানা সময়ত নানান দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰা হয়। এই দেৱ