বাঁহৰ স্থায়িত্ব বৰ্দ্ধনৰ উপাচাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

tag
No edit summary
1 নং শাৰী:
{{Original research}}
উপাচাৰবিহীন [[বাঁহ]] বহু কম সময়ৰ বাবেহে ভাল হৈ থাকে। বগা পচন, কোমল পচন, ভেঁকুৰ, চিদ্ৰকাৰী পোক, উঁই পৰুৱা আদিৰ প্ৰতি বাঁহ যথেষ্ট সংবেদনশীল। এই জৈৱ কাৰকসমূহৰ কাৰণেই বহু মজুত ৰখা বাঁহ নষ্ট হৈ যায়। বাঁহ হেমিচেলুল’জ, পেণ্ট’জেনচ্, লিগনিন আৰু প্ৰচুৰ পৰিমাণৰ জলীয় কণাৰে গঠিত। বাঁহৰ বহি: ত্বকীয় স্তৰত চিলিকা থাকে কিন্তু আন অংশত ইয়াৰ অৱস্থিতি দেখা নাযায়। ৰেজিন, মম অৰু টেটিল বহু কম পৰিমাণে বাঁহত থাকে আৰু প্ৰাকৃতিক স্থায়িত্ব প্ৰদানত কোনো অৰিহণা নিদিয়ে। যথেষ্ট পৰিমাণৰ শ্বেতসাৰৰ উপস্থিতিয়ে বাঁহক দাগ কাৰক ভেঁকুৰ আৰু ঘুন পোকৰ আক্ৰমণৰ প্ৰতি সংবেদনশীল কৰি তোলে। এনেবোৰ কাৰণতেই বাঁহ আৰু বাঁহৰ সামগ্ৰীৰ ব্যৱহাৰিক স্থায়িত্ব বৃদ্ধিৰ বাবে বিশেষ উপাচাৰ গ্ৰহণ কৰা হয়। <ref name=":0">{{cite book |last1=নেগী |first1=অনিল |last2= গুৰুঙ|first2=ধ্ৰুৱ |editor-last1= কুমাৰ বৰা |editor-first1= ৰাজীৱ |editor-last2= শৰ্মা |editor-first2= গৌৰীশংকৰ |editor-last3= গগৈ|editor-first3= ভৱেশ |title= উত্তৰ পূৰ্বাঞ্চলৰ বাঁহ পৰিচালনাৰ হাত পুথি |publisher= সঞ্চালক, বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠান, চতাই, যোৰহাট|date= ২০০৯|pages= ৫৩-৬৮ |chapter= সপ্তম অধ্যায়: বাঁহ চপোৱাৰ পিছত স্থায়ীত্ব বৰ্দ্ধনৰ উপাচাৰ }}</ref>
বাঁহৰ উপাচাৰক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয়। কেঁচা বাঁহৰ উপাচাৰ আৰু শুকান বাঁহৰ উপাচাৰ। বাঁহৰ উপাচাৰৰ কিছুমান পৰম্পৰাগত প্ৰণালীও আছে। এই প্ৰণালীসমূহত ৰসায়নিক পদাৰ্থৰ প্ৰয়োগ কৰা নহয়<ref name=":0" />।<ref name=":১"> BAMBOO PRESERVATION, Practical Action, Practical Action
The Schumacher Centre for Technology and Development
Bourton-on-Dunsmore
Rugby, Warwickshire, CV23 9QZ
United Kingdom</ref>
== পৰম্পৰাগত পদ্ধতি==
পৰম্পৰাগত পদ্ধতি উপাচাৰ বিষাক্ত নহয় আৰু এই উপাচাৰে কিছু পৰিমাণে বাঁহক প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে। পৰম্পৰাগত পদ্ধতি উপাচাৰে ভেঁকুৰ, উঁই পৰুৱা আদি প্ৰাকৃতিক কাৰকৰ বিপক্ষে সিমান ভাল সমাধান দিব নোৱাৰে। ক্ষুদ্ৰ পৰিসৰৰ বাবেহে এই পদ্ধতি সুবিধাজনক। উপাচাৰৰ পৰম্পৰাগত পদ্ধতিসমূহ হ’ল শ্বেতসাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা, ধুমায়িতকৰণ, জুইত সেকা, প্ৰ্লেপ লগোৱা আদি।<ref name=":0" />