অসমৰ চৰ-চাপৰিবাসী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎পৰিচয় সঙ্কট: নতুন অনুবাদ।
edit
1 নং শাৰী:
{{Infobox ethnic group
{{Infobox ethnic group|group=অসমৰ চৰ-চাপৰিবাসী|image=|caption=|population=|popplace={{flag|India}} ) [[ধুবুৰী জিলা]], [[কোকৰাঝাৰ জিলা]], [[বঙাইগাঁও জিলা]], [[চিৰাং জিলা]], [[গোৱালপাৰা জিলা]] ([[অসম]])|langs=মিশ্ৰিত [[বাংলা]] আৰু [[অসমীয়া]]|rels=[[ইছলাম]]|related=বঙালী [[মুছলিম]] , [[ছিলেটী]]|native_name=|native_name_lang=}}
|group=অসমৰ চৰ-চাপৰিবাসী
|image=
|caption=
|population=
{{Infobox ethnic group|group=অসমৰ চৰ-চাপৰিবাসী|image=|caption=|population=|popplace={{flag|India}} ) [[ধুবুৰী জিলা]], [[কোকৰাঝাৰ জিলা]], [[বঙাইগাঁও জিলা]], [[চিৰাং জিলা]], [[গোৱালপাৰা জিলা]] (
[[অসম]])|langs=মিশ্ৰিত [[বাংলা]] আৰু [[অসমীয়া]]|rels=[[ইছলাম]]|related=বঙালী [[মুছলিম]] , [[ছিলেটী]]{{flag|native_name=|native_name_lang=India}}
|langs=মিশ্ৰিত [[বাংলা]] আৰু [[অসমীয়া]]
|rels=[[ইছলাম]]
|related=বঙালী [[মুছলিম]], [[ছিলেটী]]
|native_name=
|native_name_lang=

[[অসম]]খন [[ভাৰত|ভাৰতযুক্ত ৰাষ্ট্ৰ]]ৰ উত্তৰ-পূৱ সীমান্তত অৱস্থিত এখন ৰাজ্য। অসমৰ সোমাজেদি সুবিশাল মহাবাহু [[ব্ৰহ্মপুত্ৰ নদ]] পূৱৰ পৰা পশ্চিমলৈ বৈ গৈছে। অসমৰ সভ্যতা, সংস্কৃতি, [[ব্ৰহ্মপুত্ৰ নদ|লুইত]]ৰ লগত গভীৰভাৱে জড়িত। ১৯৫০ চনৰ প্ৰবল ভূমিকম্পৰ পিছত নামনি অসমত লুইতৰ বুকুত যথেষ্ট সংখ্যক চৰৰ সৃষ্টি হয়। তাৰোপৰি খহনীয়াৰ ফলতো নতুনকৈ চৰৰ সৃষ্টি হোৱাত অকল [[ধুবুৰী জিলা]]তেই ৩১৩ খন চৰ গাওঁ স্থাপিত হয়। <ref name="অসমৰ চৰ-চাপৰি">{{cite book | title=পাচৈ | publisher=অসম সাহিত্য সভা, ধুবুৰী শাখা | author=খাদেম আলী | authorlink=অবিভক্ত গোৱালপাৰা জিলাৰ চৰ-চাপৰিৰ জন-জীৱন | year=২৯ নৱেম্বৰ ২০১৮ | location=ফকিৰগঞ্জ | pages=১০}}</ref>
[[অসম]]খন [[ভাৰত|ভাৰতযুক্ত ৰাষ্ট্ৰ]]ৰ উত্তৰ-পূৱ সীমান্তত অৱস্থিত এখন ৰাজ্য। অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য্য সম্ভাৰেৰে অসমক সৌন্দৰ্য্যৰ ৰাণী কৰি গঢ়ি তুলিছে। সুউচ্চ পৰ্বত, বিশাল নদী, গভীৰ অৰণ্য, কৃষ্টিৰ প্ৰাচুৰ্য্য, জাতি, ভাষা, ধৰ্ম, ৰীতি-নীতি আদিৰ বৈচিত্ৰবোৰৰ বাবেই অসমক ভাৰতৰ ‘ক্ষুদ্ৰ প্ৰতিকৃতি’ আখ্যা দিয়া হয়।<ref name="অসমৰ চৰ-চাপৰি" />

অসমৰ সোমাজেদি সুবিশাল মহাবাহু [[ব্ৰহ্মপুত্ৰ নদ]] পূৱৰ পৰা পশ্চিমলৈ বৈ গৈছে। অতি প্ৰাচীন কালত [[সিন্ধু সভ্যতা|সিন্ধু]], [[নীল নদী|নীল]], [[টাইগ্ৰীচ]], [[ইউফ্ৰেটিচ]] আদি নদীৰ পাৰত সভ্যতা গঢ়ি উঠিছিল। অসমৰ সভ্যতা, সংস্কৃতি, [[ব্ৰহ্মপুত্ৰ নদ|লুইত]]ৰ লগত গভীৰভাৱে জড়িত। অসমৰ ইতিহাস ব্ৰহ্মপুত্ৰ উপত্যকাৰেই ইতিহাস।

১৯৫০ চনৰ প্ৰবল ভূমিকম্পৰ পিছত নামনি অসমত লুইতৰ বুকুত যথেষ্ট সংখ্যক চৰৰ সৃষ্টি হয়। তাৰোপৰি খহনীয়াৰ ফলতো নতুনকৈ চৰৰ সৃষ্টি হোৱাত অকল [[ধুবুৰী জিলা]]তেই ৩১৩ খন চৰ গাওঁ স্থাপিত হয়। <ref name="অসমৰ চৰ-চাপৰি">{{cite book | title=পাচৈ | publisher=অসম সাহিত্য সভা, ধুবুৰী শাখা | author=খাদেম আলী | authorlink=অবিভক্ত গোৱালপাৰা জিলাৰ চৰ-চাপৰিৰ জন-জীৱন | year=২৯ নৱেম্বৰ ২০১৮ | location=ফকিৰগঞ্জ | pages=১০}}</ref>

== ইতিহাস ==
Line 38 ⟶ 45:
=== আ-অলংকাৰ, সাজ-পাৰ, বাচন-বৰ্তন ইত্যাদি ===
[[চিত্ৰ:পিতলৰ ঘটি ১.jpeg|thumb|কাঁহৰ বাচন]]
;অলংকাৰ
'''অলংকাৰঃ''' ধুবুৰী জিলাৰ চৰ-চাপৰি অঞ্চলত বিভিন্ন উৎসৱ-পাৰ্বনত (বিয়া, সভা, আকিকা আদিও) কিছুমান সোণ-ৰূপৰ অলংকাৰ ব্যৱহাৰ কৰা সংস্কৃতি বিৰাজমান। যেনেঃ- গলৰ হাৰ, নেকলেচ, ঝুমকা, মাকৰি, বালি, কাণফুল, নাকফুল, আইংটা (বুল্লক), খাৰু, চুৰি, হাতবাজু, পায়েল, ককালৰ ৰূপৰ গোট, টিকলি ইত্যাদি।

;সাজ-পাৰ
'''সাজ-পাৰঃ''' পৰাম্পৰাগতভাৱে এই অঞ্চলৰ ল’ৰাবোৰে হাফপেণ্ট, লুংগি, গেঞ্জি, চোলা আদি পিন্ধে। পুৰুষসকলে বিভিন্ন ৰঙৰ লুংগি, পাঞ্জাবী, পায়জাম, দীঘল চলা, ডাঙৰ ৰঙীন গামোচা, মাফলাৰ, বিভিন্ন ৰঙৰ টুপী (বিশেষভাৱে নামাজ পঢ়া টুপী), গিলাপ (ডাঙৰ ঊৰা চাদৰ) আদি। ছোৱালীবোৰে ডুমা, ঘাগৰা, ফ্ৰক, নেটি, সৰু সৰু শাৰী, উৰনা, আদি আৰু মহিলা সকলে মোটা ৰঙীন পাৰি থকা শাৰী, পেটিকোট, কঁকাল ঢকা ব্লাউজ, বিভিন্ন ৰঙৰ ৰোৰখা, উৰনা, আদি ব্যৱহাৰ কৰি অহা দেখা যায়। <ref name="চৰ-চাপৰিৰ লোক-সংস্কৃতি">{{cite book | url=স্মৃতি গ্ৰন্থ পাচৈ | title=স্মৃতি গ্ৰন্থ পাচৈ | publisher=অসম সাহিত্য সভা, ধুবুৰী শাখা | author=আজাদ আলী আহমেদ | authorlink=চৰ-চাপৰিৰ লোক-সংস্কৃতি | year=২০১৮ | location=ফকিৰগঞ্জ | pages=১৮, ১৯, ২০}}</ref>

;বাচন-বৰ্তন
'''বাচন-বৰ্তনঃ''' কাঁহ, পিতল, এলুমিনিয়াম, টিন, ষ্টিল, লো, মাটি, চিনা-মাটি আদিৰ কাঁহী-বাটি, গিলাচ, বদনা, চৰিয়া, চামুচ, কেটলি, ডেকচি, পাতিল, কেৰাহি, টৌ, মাটিৰ কলহ খোলা, কাদা, খোৰা, হানকি, চৰি (চাৰি) আদি ব্যৱহাৰ কৰাৰ পৰাম্পৰা আছে।

;খেল-ধেমালি
'''খেল-ধেমালীঃ''' চাপৰি অঞ্চলত পৰাম্পৰাগতভাৱে চলি থকা কিছুমান খেল হ’লঃ- ঘোঁৰা দৌৰ খেল, নাওঁ বাইছ খেল, চংগ (মৈ) দৌৰ খেল, হা-ডু-ডু (কাবাডি বিশেষ) খেল, টাংগুটি খেল, গোল্লা-গোল্লা খেল, গাদম খেল, ফুটবল খেল, ভলিবল খেল আদি।<ref name="চৰ-চাপৰিৰ লোক-সংস্কৃতি">{{cite book | url=স্মৃতি গ্ৰন্থ পাচৈ | title=স্মৃতি গ্ৰন্থ পাচৈ | publisher=অসম সাহিত্য সভা, ধুবুৰী শাখা | author=আজাদ আলী আহমেদ | authorlink=চৰ-চাপৰিৰ লোক-সংস্কৃতি | year=২০১৮ | location=ফকিৰগঞ্জ | pages=১৮, ১৯, ২০}}</ref>

;গীত
'''গীতঃ''' গীতৰ সংস্কৃতি চাপৰি বাসীৰ মাজত প্ৰৱল। মাৰফতি গান, জাৰী গান, নাও খেলৰ গীত, বিয়া গীত, ভাটিয়ালী গীত, [[লোকগীত]], যাত্ৰাপালাৰ গীত, ভাওৱাই গীত, হিন্দী গীত, অসমীয়া গীত, বাংলা গীত আদি।<ref>{{cite book|last1=Subba|first1=Tanka Bahadur|last2=Ghosh|first2=G.C.|others=Anthropological Survey of India, North Eastern Hill University|title=The Anthropology of North-East India|url=https://books.google.com/books?id=DHCGN-Xu7YIC|accessdate=10 July 2017|edition=Reprint|year=2003|publisher=Orient Blackswan|isbn=9788125023357|page=144}}</ref>
[[চিত্ৰ:IMG ঢোল.jpg|thumb|ঢোল]]
'''বাদ্যযন্ত্ৰঃ''' সাধাৰণতে দোতৰা, সাৰিন্দা, ডুগ-ডুগী, ঢোল, খোল, হাৰমনিয়াম, একতাৰী ইত্যাদি।

;বাদ্যযন্ত্ৰ
'''মাছ ধৰা সুঁজলিঃ''' চৰ-চাপৰি বাসীৰ মাজত মাছ ধৰা সংস্কৃতি প্ৰৱল। হাইলাং জাল (ইলিচ মাছ ধৰা জাল), ডোৰা জাল, ঠেলা জাল, খৰা জাল, খেৱালী জাল, ফাঁচী জাল, ভেৱাইল জাল, প’ল, চাক জাল, জুতি (জুইত) বিভিন্ন প্ৰকাৰৰ বৰশী, সৰিক জাল, বানা, ধীৱাইৰ, কাইটা আদি প্ৰধান মাছ ধৰা সঁজুলি পৰাম্পৰাগতভাৱে চলি আছে। মুঠতে চৰ-চাপৰিবাসীৰ লোকসকলৰ বাবে ৰহণীয়া এক নিজস্ব সংস্কৃতি বিৰাজমান।<ref name="চৰ-চাপৰিৰ লোক-সংস্কৃতি">{{cite book | url=স্মৃতি গ্ৰন্থ পাচৈ | title=স্মৃতি গ্ৰন্থ পাচৈ | publisher=অসম সাহিত্য সভা, ধুবুৰী শাখা | author=আজাদ আলী আহমেদ | authorlink=চৰ-চাপৰিৰ লোক-সংস্কৃতি | year=২০১৮ | location=ফকিৰগঞ্জ | pages=১৮, ১৯, ২০}}</ref>
'''বাদ্যযন্ত্ৰঃ''' সাধাৰণতে দোতৰা, সাৰিন্দা, ডুগ-ডুগী, ঢোল, খোল, হাৰমনিয়াম, একতাৰী ইত্যাদি।

;মাছ ধৰা সুঁজলি
'''মাছ ধৰা সুঁজলিঃ''' চৰ-চাপৰি বাসীৰ মাজত মাছ ধৰা সংস্কৃতি প্ৰৱল। হাইলাং জাল (ইলিচ মাছ ধৰা জাল), ডোৰা জাল, ঠেলা জাল, খৰা জাল, খেৱালী জাল, ফাঁচী জাল, ভেৱাইল জাল, প’ল, চাক জাল, জুতি (জুইত) বিভিন্ন প্ৰকাৰৰ বৰশী, সৰিক জাল, বানা, ধীৱাইৰ, কাইটা আদি প্ৰধান মাছ ধৰা সঁজুলি পৰাম্পৰাগতভাৱে চলি আছে। মুঠতে চৰ-চাপৰিবাসীৰ লোকসকলৰ বাবে ৰহণীয়া এক নিজস্ব সংস্কৃতি বিৰাজমান।<ref name="চৰ-চাপৰিৰ লোক-সংস্কৃতি">{{cite book | url=স্মৃতি গ্ৰন্থ পাচৈ | title=স্মৃতি গ্ৰন্থ পাচৈ | publisher=অসম সাহিত্য সভা, ধুবুৰী শাখা | author=আজাদ আলী আহমেদ | authorlink=চৰ-চাপৰিৰ লোক-সংস্কৃতি | year=২০১৮ | location=ফকিৰগঞ্জ | pages=১৮, ১৯, ২০}}</ref>

== জিলা ভিত্তিক চৰ-চাপৰিৰ গাওঁৰ সংখ্যা ==
Line 110 ⟶ 125:
|৩৭৭

{| class="wikitable"
Line 139 ⟶ 153:
|১০৩

{| class="wikitable"
|+গোৱালপাৰা জিলা<ref name="জিলা ভিত্তিক চৰ-চাপৰি গাঁৱৰ সংখ্যা">{{cite book | title=স্মৃতি গ্ৰন্থ পাচৈ | publisher=অসম সাহিত্য সভা, ধুবুৰী শাখা | author=খাদেম আলী | authorlink=অবিভক্ত গোৱালপাৰা জিলাৰ চৰ-চাপৰিৰ জন-জীৱন | year=২০১৮ | location=ফকিৰগঞ্জ | pages=১২, ১৩}}</ref>
Line 176 ⟶ 190:
|২৫
|১৭৯

{| class="wikitable"
|+বঙাইগাঁও জিলা<ref name="জিলা ভিত্তিক চৰ-চাপৰি গাঁৱৰ সংখ্যা">{{cite book | title=স্মৃতি গ্ৰন্থ পাচৈ | publisher=অসম সাহিত্য সভা, ধুবুৰী শাখা | author=খাদেম আলী | authorlink=অবিভক্ত গোৱালপাৰা জিলাৰ চৰ-চাপৰিৰ জন-জীৱন | year=২০১৮ | location=ফকিৰগঞ্জ | pages=১২, ১৩}}</ref>
Line 204 ⟶ 219:
|১১৭

== পৰিচয় সঙ্কট ==
মিঞা মানুহ বা বঙ্গমূলীয় [[মুছলিম|মুছলমান]]সকলে পৰিচয় সংকটত ভুগি আছে। এইবোৰ প্ৰায়বোৰ অন্যান্য সম্প্ৰদায়ৰ দ্বাৰা আপত্তিজনক অৰ্থত মিঞা হিচাপত অভিহিত কৰা হয়। তেওঁলোক মিঞা, বঙালী মুছলিম, পূৰ্ববাংলাৰ মূল মুছলমান, ন-অসমীয়া, পামুৱা মুছলমান, চাৰুৱা মুছলমান, সেখ আৰু ভাটিয়া নামেৰে পৰিচিত। সেই বাবে পণ্ডিতসকলে এই পৰিচয় সংকটটো শেষ কৰি মিঞাসকলৰ এটা পৰিচয় তৈয়াৰ কৰিবৰ চেষ্টা কৰিছে।[<ref>https://www.bbc.com/bengali/news-48994118 মুসলিমদের 'মিঞা কবিতা' নিয়ে আসামে বিতর্ক কেন?</ref>]
Line 214 ⟶ 229:

== অধিক পঢ়ক ==

*[[Illegal Migrants (Determination by Tribunal) Act, 1983]]
*[[:en:Miya_people#cite_note-indilens.com-2|Miya people]] ইংৰাজী

== তথ্য উৎস্য ==
{{Reflist|2}}
{{Reflist}}

[[শ্ৰেণী:অসমৰ জনগোষ্ঠী]]