No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
3 নং শাৰী:
[[অসমীয়া ৱিকিপিডিয়া]]ৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম । মই, নয়ন জ্যোতি নাথ । মোৰ ঘৰ [[শোণিতপুৰ জিলা]]ৰ [[জামুগুৰি হাট]] ত,। মই মূলতঃ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়াও। ইয়াৰোপৰি ৱিকিৰ ভগ্নী প্ৰকল্প ৱিকি উৎস, ৱিকি কমন্স, আদিতো সৰু-সুৰা কাম কৰোঁ।
 
<big> <big>'''চিৰ চেনেহী মোৰ ভাষা জননী'''</big> </big>{{Page tabs|[[User:নয়ন জ্যোতি নাথ]]|[[User:নয়ন জ্যোতি নাথ/Awards|মই লাভ কৰা বঁটা]]|[[User talk:নয়ন জ্যোতি নাথ|মোৰ সদস্য বাৰ্তা পৃষ্ঠা]]|NOTOC=true|This={{{This|1}}}}}<!-- INFO START -------------->{{Infobox user|name=নয়ন জ্যোতি নাথ|image=Aswiki19-TezpurNayanjyoti Nath assamese wikimedian.jpg|thumb|Nayanjyoti Nath assamese wikimedian|birthdate=২২ মাৰ্চ, ১৯৯৫|birthplace=[[শোণিতপুৰ]]|location=[[তেজপুৰ]]|nationality=ভাৰতীয়{{flagicon|IND}}|occupation=|nick_name=|language=|university=<!-- CONTACT INFO -------------->|website=<!-- {{URL|example.com}} -->|blog=|email=nathnayanj123@gmail.com|gtalk=|skype=|yahoo=|facebook=[https://www.facebook.com/nayanjyoti.nath.904]|google+=}}১৯৯৫ চনৰ ২২মাৰ্চ তাৰিখে [[শোণিতপুৰ জিলা]]ৰ তেজপুৰত মোৰ জন্ম হয়। কিছুদিন তেজপুৰত থকাৰ পিছত তাৰ পিছত মই [[শোণিতপুৰ জিলা]]ৰ [[জামুগুৰি হাট]] অঞ্চলত ডাঙৰ হওঁ।অঞ্চলৰ খাদৈচুক প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰোঁ। সাধাৰণতে মই শিল্প সাধনা কৰি ভাল পাওঁ যদিও আজৰি পৰত দুই এখন কিতাপ পঢ়োঁ। সাহিত্য আৰু সৃজনীশীল কলাৰ প্ৰতি আগ্ৰহৰ বীজ এটা মোৰ দেউতায়েই মোৰ মনত ৰোপণ কৰি দিছিল।
<big>পৰিয়াল</big>
 
 
<big>পৰিয়াল</big>
আমাৰ পৰিয়ালত মা, দেউতা মই আৰু মোৰ এজন দাদা আছে। মোৰ দেউতা নগেন নাথ এজন সহজ-সৰল ৰসিক ব্যক্তি আৰু মা ৰঞ্জু দেৱী এগৰাকী গৃহিণী। মোৰ দাদা পবিত্ৰ নাথ এজন ব্যৱসায়ি।
 
<big>শিক্ষা</big>
 
মই জামুগুৰি হাটৰ খাদৈচুক প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰোঁ। তাৰ পিছত জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত মাধ্যমিক শিক্ষা আৰু [[অ'ৰিয়েণ্টঅৰিয়েন্ট ফ্লাৱাৰ জুনিয়ৰকনিষ্ঠ কলেজ|অ'ৰিয়েন্ট ফ্লাৱাৰ জুনিয়ৰ কলেজমহাবিদ্যালয়]] ত বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰোঁ। তাৰপিছত মই [[তেজপুৰ মহাবিদ্যালয়]]ৰ পৰা বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰোঁ। ইয়াৰ পিছত মই [[দৰং মহাবিদ্যালয়]]ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে নাম ভৰ্ত্তি কৰোঁ। [[কলিয়াবৰ শিক্ষণ-প্ৰশিক্ষণ মহাবিদ্যালয়]]ৰ পৰা বৰ্তমান শিক্ষণ বিষয়ত স্নাতক ডিগ্ৰীৰ বাবে অধ্যয়নৰত।{{User Wikipedian For|year=2015|month=11|day=07}}{{Template:User Assam}}{{Template:User Proud Assamese}}{{Babel|as|en-3|hi-4|bn-2}}{{userpage}}{{userpage}}
 
[[শ্ৰেণী:হট কেট ব্যৱহাৰ কৰা ৱিকিপিডিয়ানসকল]]