আনন্দৰাম ঢেকিয়াল ফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
(edited with ProveIt)
34 নং শাৰী:
|signature_alt=
|website=}}
'''আনন্দৰাম ঢেকিয়াল ফুকনৰফুকন''' (২৪ আগষ্ট, ১৮২৯ - ১৬ জুন, ১৮৫৯<ref name=shiv>শিৱনাথ বৰ্মন, ''অসমীয়া জীৱনী অভিধান'', চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাঃ লিঃ, ১৯৯২, পৃঃ২৩-২৪</ref>) জন্মআধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক। [[গুৱাহাটী]]ত।ত হলিৰাল ঢেকিয়াল ফুকনৰ পৰিয়ালত তেখেতৰ জন্ম হৈছিল। গুৱাহাটীতে শিক্ষাৰম্ভ কৰা আনন্দৰামে কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল যদিও সেয়া সম্পূৰ্ণ নহ'ল। মাত্ৰ ২৯ বছৰীয়া জীৱন কলাত তেখেতে বহুপঠিত "অসমীয়া ল'ৰাৰ মিত্ৰ"কে ধৰি তিনিখন গ্ৰন্থ ৰচনা কৰিছিল। এখেতৰ আপ্ৰাণ চেষ্টাৰ ফলতেই সেই সময়ত চলি থকা [[বাংলা ভাষা]]ৰ ঠাইত পুনঃ [[অসমীয়া ভাষা]] [[অসম]]ত প্ৰৱৰ্তন কৰা হয়।<ref name="ভৰালী">{{cite book | title=এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া | publisher=চিত্ৰলেখা পাব্লিকেশ্বনচ্‌ | author=হেমন্ত কুমাৰ ভৰালী | year=২০০১ | location=গুৱাহাটী | pages=১৬০-১৬৬}}</ref> এখেতক আধুনিক যুগৰ অসমীয়া ভাষাৰ আদি লেখক বুলি ক’ব পাৰি।
 
==জন্ম আৰু শিক্ষাজীৱন==
১৮২৯ খ্ৰীষ্টাব্দতখ্ৰীষ্টাব্দৰ ২৪ ছেপ্টেম্বৰত (১৭৫১ শকৰ ৭ আহিন)ত গুৱাহাটীৰ এটা সম্ভ্ৰান্ত পৰিয়ালত আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল।<ref name="সংগ্ৰহ">{{cite book | title=আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনা সংগ্ৰহ | publisher=লয়াৰ্ছ বুক ষ্টল | author=নন্দ তালুকদাৰ (সম্পাদনা) | year=জানুৱাৰী, ১৯৭৭}}</ref> পিতৃ [[হলিৰাম ঢেকিয়াল ফুকন]] প্ৰথমে [[আহোম]] ৰজাৰ বিষয়া আছিল। ব্ৰিটিছ ৰাজৰ দিনত তেওঁ [[কামৰূপ]]ৰ সহকাৰী হাকিম পদত আছিল। হলিৰাম ঢেকিয়াল ফুকনে [[সংস্কৃত]] আৰু [[বাংলা ভাষা]]ত দুখন কিতাপ লিখিছিল, এখনৰ বিষয় বস্তু আছিল [[কামাখ্যা]] আৰু আনখনৰ [[অসম]]। আনন্দৰাম ঢেকিয়াল ফুকন দুবছৰীয়া হওঁতে পিতৃৰ মৃত্যু হয়। পাঁচ বছৰ বয়সত ঢেকিয়াল ফুকন [[উমানন্দ]]ৰ সংস্কৃত টোলত ভৰ্তি হয়। ককাদেউতাক পৰশুৰামে আনন্দৰামৰ ইংৰাজীত শিক্ষা গ্ৰহণত আপত্তি কৰিছিল। কিন্তু সেই আপত্তিক নেওচি খুড়াক যজ্ঞৰামৰ উদ্যোগত ১৮৩৭<ref name="shiv" /> চনত তেখেতে গুৱাহাটীৰ প্ৰথমখন ইংৰাজী বিদ্যালয়ত (Gauhati English School) ভৰ্তি হয়। '''জেম্‌ছ মেথিউ''' আৰু '''জেন্‌কিন্স'''ৰ তত্বাৱধানত তেখেতে ইংৰাজী অধ্যয়ন কৰিছিল। ১৮৪১ চনত এই দুগৰাকী ব্ৰিটিছ বিষয়াই খৰছ বহন কৰি তেখেতক ইংৰাজীৰ উচ্চ শিক্ষাৰ বাবে [[কলিকতা]]লৈ পঠিয়ায়<ref name="shiv" />। সেই সময়ত ভাপ-নাও, বা ৰেল-গাড়ী নাছিল বাবে ঢেকিয়াল ফুকনে বঠা মৰা নাৱেৰে ২৫ দিনীয়া নৌ-যাত্ৰা কৰি [[কলিকতা]]লৈ গৈছিল। সংৰক্ষণশীল পৰিয়ালৰ লোক হোৱা হেতুকে তেওঁ লগত ৰান্ধনী আৰু লগুৱাও লৈ গৈছিল। [[কলিকতা]]ৰ কালুতলা পথত ঘৰ এটা ভাৰালৈ লৈ তেখেতে [[হিন্দু কলেজ]]ত নামভৰ্তি কৰে। তেওঁ দুবছৰ অধ্যয়ন কৰিকৰাৰ পাছত শিক্ষা সম্পূৰ্ণ নকৰাকৈ ১৮৪৪ চনত ঘৰুৱা সমস্যাৰ বাবে গুৱাহাটীলৈ উভতি আহে।<ref name="সংগ্ৰহ"/> উভতি আহিও তেখেতে সুধী বৃন্দৰ লগতে [[ইংৰাজী ভাষা]]ৰ অধ্যয়ন চলাই যোৱাৰ লগতে, [[উৰ্দু ভাষা|উৰ্দু]] আৰু [[ফাৰ্চী ভাষা]]ৰো [[শিক্ষা]] গ্ৰহণ কৰে।
 
==বিবাহ আৰু কৰ্মজীৱন==
১৮৪৬ চনত গুৱাহাটীলৈ উভতি আহি ঢেকিয়াল ফুকন বিবাহ পাশত আবদ্ধ হয়। পত্নী আছিল পশুপতি ফুকনৰ জীয়ৰী, '''মাহেন্দ্ৰী দেৱী'''। বিয়াৰ পাছত আনন্দৰামে ঘৈণীয়েকক ঘৰতে নিজে লিখা-পঢ়া শিকাইছিল। ১৮৪৯ চনত ঢেকিয়াল ফুকনৰ প্ৰথম সন্তান ৰাসেশ্বৰীৰ জন্ম হয় যদিও সন্তানটো অকালতে মৃত্যুমুখত পৰে। পাছলৈ নগাঁৱত কাম কৰাৰ দিনত তেওঁৰ পুত্ৰ ৰাধিকাৰাম (জন্ম ১৮৫৪), অন্নদাৰাম (১৮৫৬) আৰু কন্যা চন্দ্ৰপ্ৰভা (১৮৫৯)ৰ জন্ম হৈছিল।
১৮৪৬ চনত গুৱাহাটীলৈ উভতি আহি ঢেকিয়াল ফুকন বিবাহ পাশত আবদ্ধ হয়। পত্নী আছিল পশুপতি ফুকনৰ জীয়ৰী, '''মাহেন্দ্ৰী দেৱী'''। ঢেকিয়াল ফুকনে গুৱাহাটীতে আইনৰ অধ্যয়ন আৰম্ভ কৰে আৰু প্ৰথম অসমীয়া আলোচনী [[অৰুণোদই|অৰুণোদইত]] নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰে। ১৮৪৭ চনত ঢেকিয়াল ফুকনক খাটা পৰগণাৰ Settlement Officer নিয়োগ কৰা হয়। পাছৰ বছৰত তেখেতক মুন্সিফ পদলৈ পদোন্নতি দি [[নলবাৰী]]লৈ বদলি কৰা হয়। নলবাৰীত থকা কালতে তেখেতে 'ইংলেণ্ডৰ বুৰঞ্জী' (The History of England) নামৰ পুথি এখন প্ৰকাশ কৰে। ১৮৪৯ চনত তেখেতে 'সহকাৰী আয়ুক্ত'ৰ (Assistant Commissionership) পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 'বিজনী ৰাজ এষ্টেট'ৰ (Bijni Raj Estate) 'দেৱান' পদত নিযুক্তি পায়। সেই পদত থাকোঁতেই তেখেতে 'Estate Administration' নামৰ পুথি এখন ৰচনা কৰে। ইয়াৰ পাছত তেখেতে নগাঁও আৰু গোৱালপাৰা জিলাৰ সদৰৰ 'উপ-সহকাৰী আয়ুক্ত' (Sub-Assistant Commissioner) হিচাপে কাম কৰে। এই কালছোৱাত ৰচনা কৰে, 'সদৰেৰ মামলাৰ নিষ্পত্তি'। ১৮৫১ চনত বিজনীৰ ৰজাৰ আৰ্জি লৈ কলিকতালৈ যায়। ১৮৫২ চনত তেখেতক স্থায়ী ভাৱে [[বৰপেটা]]ৰ 'উপ-সহকাৰী আয়ুক্ত' আৰু 'উপায়ুক্ত' (Deputy Collector) নিযুক্তি দিয়া হয়। তেখেতে ১৮৫২ চনত নগাৱঁত কিছুকাল এক্সট্ৰা এছিষ্টেন্ট কমিছনাৰ হিচাপে কটায় । ১৮৫২ চনত 'কলিকতা নিউ প্ৰেছ' নামেৰে কলিকতাত এটা প্ৰেছ বহুৱায় আৰু সম্পৰ্কীয় খুৰাক [[গুণাভিৰাম বৰুৱা]]ক প্ৰেছত পৰিচালনাৰ দায়িত্ব দিয়ে<ref name="shiv" />। ১৮৫৩ চনত ঢেকিয়াল ফুকনে মি. এ. জে. মোফাট মিল্‌ছ (Mr. A.J. Moffat Mills) চাহাবলৈ দেশৰ প্ৰশাসন উন্নত কৰাৰ বাবে কেবাটাও পৰামৰ্শ আগবাঢ়ায়। ইয়াৰ পাছতে তেখেতক পদোন্নতি দি [[নগাঁও]]ৰ '[[উপায়ুক্ত]]' (Deputy Commissioner) পদলৈ বদলি কৰা হয়। ১৮৫৫ চনত তেখেতৰ 'দেৱানী মামলাৰ নিস্পত্তি' (Essence of Dewani Cases) প্ৰকাশিত হয় একে সময়তে তেখেতে এখন অসমীয়া [[অভিধান]] প্ৰনয়নৰ আঁচনি কৰে আৰু ৰচনা কৰে 'A few remarks on the Assamese Language' নামৰ গ্ৰন্থখন। বেপ্টিষ্ট মিছন প্ৰেছ, [[শিৱসাগৰ]]ৰপৰা প্ৰকাশিত এই গ্ৰন্থখনত অসমত চৰকাৰীভাৱে বঙালী ভাষাৰ প্ৰচলনৰ বিৰোধ কৰি যুক্তি ডাঙি ধৰা হয়।
 
১৮৪৬ চনত গুৱাহাটীলৈ উভতি আহি ঢেকিয়াল ফুকন বিবাহ পাশত আবদ্ধ হয়। পত্নী আছিল পশুপতি ফুকনৰ জীয়ৰী, '''মাহেন্দ্ৰী দেৱী'''। ঢেকিয়াল ফুকনে গুৱাহাটীতে আইনৰ অধ্যয়ন আৰম্ভ কৰে আৰু প্ৰথম অসমীয়া আলোচনী [[অৰুণোদই|অৰুণোদইত]] নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰে। ১৮৪৭ চনত ঢেকিয়াল ফুকনক খাটা পৰগণাৰ Settlement Officer'জিম্মাদাৰ' নিয়োগনিযুক্ত কৰা হয়। পাছৰ বছৰত তেখেতক মুন্সিফ পদলৈ পদোন্নতি দি [[নলবাৰী]]লৈ বদলি কৰা হয়। নলবাৰীত থকা কালতে তেখেতে 'ইংলেণ্ডৰ বুৰঞ্জী' (The History of England) নামৰ পুথি এখন প্ৰকাশ কৰে। ১৮৪৯ চনত তেখেতে 'সহকাৰী আয়ুক্ত'ৰ (Assistant Commissionership) পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 'বিজনী ৰাজ এষ্টেট'ৰ (Bijni Raj Estate) 'দেৱান' পদত নিযুক্তি পায়। সেই পদত থাকোঁতেই তেখেতে 'Estate Administration' নামৰ পুথি এখন ৰচনা কৰে। ইয়াৰ পাছত তেখেতে নগাঁও আৰু গোৱালপাৰা জিলাৰ সদৰৰ 'উপ-সহকাৰী আয়ুক্ত' (Sub-Assistant Commissioner) হিচাপে কাম কৰে। এই কালছোৱাত ৰচনা কৰে, 'সদৰেৰ মামলাৰ নিষ্পত্তি'। ১৮৫১ চনত বিজনীৰ ৰজাৰ আৰ্জি লৈ কলিকতালৈ যায়। ১৮৫২ চনত তেখেতক স্থায়ী ভাৱে [[বৰপেটা]]ৰ 'উপ-সহকাৰী আয়ুক্ত' আৰু 'উপায়ুক্ত' (Deputy Collector) নিযুক্তি দিয়া হয়। তেখেতে ১৮৫২ চনত নগাৱঁত কিছুকাল এক্সট্ৰা এছিষ্টেন্ট কমিছনাৰ হিচাপে কটায় । ১৮৫২ চনত 'কলিকতা নিউ প্ৰেছ' নামেৰে কলিকতাত এটা প্ৰেছ বহুৱায় আৰু সম্পৰ্কীয় খুৰাক [[গুণাভিৰাম বৰুৱা]]ক প্ৰেছত পৰিচালনাৰ দায়িত্ব দিয়ে<ref name="shiv" />। ১৮৫৩ চনত ঢেকিয়াল ফুকনে মি. এ. জে. মোফাট মিল্‌ছ (Mr. A.J. Moffat Mills) চাহাবলৈ দেশৰ প্ৰশাসন উন্নত কৰাৰ বাবে কেবাটাও পৰামৰ্শ আগবাঢ়ায়। ইয়াৰ পাছতে তেখেতক পদোন্নতি দি [[নগাঁও জিলা|নগাঁৱ]]ৰ '[[উপায়ুক্ত]]' (Deputy Commissioner) পদলৈ বদলি কৰা হয়। ১৮৫৫ চনত তেখেতৰ 'দেৱানী মামলাৰ নিস্পত্তিনিষ্পত্তি' (Essence of Dewani Cases) প্ৰকাশিত হয় একে সময়তে তেখেতে এখন অসমীয়া [[অভিধান]] প্ৰনয়নৰপ্ৰণয়নৰ আঁচনি কৰে আৰু ৰচনা কৰে 'A few remarks on the Assamese Language' নামৰ গ্ৰন্থখন।গ্ৰন্থখন ৰচনা কৰে। বেপ্টিষ্ট মিছন প্ৰেছ, [[শিৱসাগৰ]]ৰপৰা প্ৰকাশিত এই গ্ৰন্থখনত অসমত চৰকাৰীভাৱে বঙালী ভাষাৰ প্ৰচলনৰ বিৰোধ কৰি যুক্তি ডাঙি ধৰা হয়।
১৮৫৯ চনত মাত্ৰ ২৯ বছৰ বয়সত তেখেতৰ মৃত্যু হয়।
 
==অসমীয়া ভাষা সাহিত্যলৈ অৱদান==
১৭ বছৰ বয়সত ঢেকিয়াল ফুকনে প্ৰথমে লিখা-মেলা কৰিবলৈ লয়। তেওঁ প্ৰথমে অৰুণোদইৰ বাবে লিখিবলৈ লৈছিল। ইংৰাজী পাঠ্যপুথিৰ আধাৰত তেখেতে লিখিছিল '''অসমীয়া ল'ৰাৰ মিত্ৰ'''। এই কিতাপখন শিৱসাগৰত ছপা কৰি অসমৰ বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। তেতিয়া অসমৰ বিদ্যালয়ত শিক্ষাৰ মাধ্যম আছিল বঙালী ভাষা। আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া বিদ্যালয়ত অসমীয়া ভাষা চলোৱাৰ পৃষ্ঠপোষকতা কৰিছিল। ১৮৫৩ চনত ব্ৰিটিছ গৱৰ্নৰ মোফাট মিল্‌ছ চাহাব অসমলৈ আহোঁতে ঢেকিয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি ডাঙি ধৰি আবেদন কৰিছিল। মিল্‌ছ চাহাবে তেখেতৰ যুক্তিক সমৰ্থন জনাইছিল বুলি জনা যায়। নগাঁৱত চাকৰি কালত, ঢেকিয়াল ফুকন মিছনেৰী ব্ৰন্‌ছন (Bronson) আৰু 'আয়ুক্ত' বাটলাৰৰ (Collector Butler) সংস্পৰ্শলৈ আহে। ১৮৫৫ চনত তেখেতে লিখি উলিয়ায়, 'A few remarks on the Assamese language, and on the Vernacular education in Assam'. গ্ৰন্থখন লিখি উলিয়ায়। A Native নামেৰে শিৱসাগৰতে এই কিতাপৰ ১০০টা কপি ছপা কৰি, বেংগল চৰকাৰ আৰু ভাৰতৰ অন্যান্য গুৰুত্বপূৰ্ণ চাৰকাৰৰচৰকাৰৰ কাৰ্য্যালয়লৈ পঠিয়ায়। পুথিখনত অসমীয়া ভাষা যে বঙালী ভাষাৰ ঠাল নহয় সেই কথা নানা উদাহৰণেৰে ফঁহিয়াই দেখুৱাইছে। অসমত বঙালী ভাষাৰ বিৰোধীতাৰ আন্দোলন গঢ়ি তোলাত এই পুস্তিকাখনে বিশেষ বৰঙনিবৰঙণি আগবঢ়াইছিল। এই পুস্তিকাখনত অসমীয়াৰ উপৰিও বঙালী, হিন্দী আৰু কেইবাটাও ভাৰতীয় ওপৰত থকা তেখেতৰ জ্ঞানৰ চমক দেখিবলৈ পোৱা যায়।
 
==মৃত্যু==
১৭ বছৰ বয়সত ঢেকিয়াল ফুকনে প্ৰথমে লিখা-মেলা কৰিবলৈ লয়। তেওঁ প্ৰথমে অৰুণোদইৰ বাবে লিখিবলৈ লৈছিল। ইংৰাজী পাঠ্যপুথিৰ আধাৰত তেখেতে লিখিছিল '''অসমীয়া ল'ৰাৰ মিত্ৰ'''। এই কিতাপখন শিৱসাগৰত ছপা কৰি অসমৰ বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। তেতিয়া অসমৰ বিদ্যালয়ত শিক্ষাৰ মাধ্যম আছিল বঙালী ভাষা। আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া বিদ্যালয়ত অসমীয়া ভাষা চলোৱাৰ পৃষ্ঠপোষকতা কৰিছিল। ১৮৫৩ চনত ব্ৰিটিছ গৱৰ্নৰ মোফাট মিল্‌ছ চাহাব অসমলৈ আহোঁতে ঢেকিয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি ডাঙি ধৰি আবেদন কৰিছিল। মিল্‌ছ চাহাবে তেখেতৰ যুক্তিক সমৰ্থন জনাইছিল বুলি জনা যায়। নগাঁৱত চাকৰি কালত, ঢেকিয়াল ফুকন মিছনেৰী ব্ৰন্‌ছন (Bronson) আৰু 'আয়ুক্ত' বাটলাৰৰ (Collector Butler) সংস্পৰ্শলৈ আহে। ১৮৫৫ চনত তেখেতে লিখি উলিয়ায়, 'A few remarks on the Assamese language, and on the Vernacular education in Assam'. শিৱসাগৰতে এই কিতাপৰ ১০০টা কপি ছপা কৰি, বেংগল চৰকাৰ আৰু ভাৰতৰ অন্যান্য গুৰুত্বপূৰ্ণ চাৰকাৰৰ কাৰ্য্যালয়লৈ পঠিয়ায়। অসমত বঙালী ভাষাৰ বিৰোধীতাৰ আন্দোলন গঢ়ি তোলাত এই পুস্তিকাখনে বিশেষ বৰঙনি আগবঢ়াইছিল। এই পুস্তিকাখনত অসমীয়াৰ উপৰিও বঙালী, হিন্দী আৰু কেইবাটাও ভাৰতীয় ওপৰত থকা তেখেতৰ জ্ঞানৰ চমক দেখিবলৈ পোৱা যায়।
১৮৫৯ চনৰ ১১ জুনৰ পৰা আনন্দৰাম ঢেকিয়াল ফুকনৰ অসুখ আৰম্ভ হয়। সেই অসুখতে ১৮৫৯ চনৰ ১৬ জুনত মাত্ৰ ২৯ বছৰ বয়সত তেখেতৰ মৃত্যু হয়।<ref name="সংগ্ৰহ"/>
 
==প্ৰকাশিত পুথি==
*A few remarks on the Assamese language, and on the Vernacular education in Assam (১৮৫৫ চনত ‘এ নেটিভ’ ছদ্ম নামেৰে এই পুস্তিকা ৰচনা কৰে)
* অসমীয়া ল’ৰাৰ মিত্ৰ
* আইন ও ব্যৱস্থা সংগ্ৰহ (বঙালী ভাষাত ৰচিত)
 
==তথ্যসূত্ৰ==
Line 58 ⟶ 60:
==বাহ্যিক সংযোগ==
*http://onlinesivasagar.com/literature/anandaram-dhekial-phukan.html
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:অসমীয়া সাহিত্যিক]]
[[শ্ৰেণী:অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক]]