আনন্দৰাম ঢেকিয়াল ফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
34 নং শাৰী:
|signature_alt=
|website=}}
'''আনন্দৰাম ঢেকিয়াল ফুকন''' (২৪ আগষ্ট, ১৮২৯ - ১৬ জুন, ১৮৫৯<ref name=shiv>শিৱনাথ বৰ্মন, ''অসমীয়া জীৱনী অভিধান'', চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাঃ লিঃ, ১৯৯২, পৃঃ২৩-২৪</ref>) আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক। [[গুৱাহাটী]]ত হলিৰাম ঢেকিয়াল ফুকনৰ পৰিয়ালত তেখেতৰ জন্ম হৈছিল। গুৱাহাটীতে শিক্ষাৰম্ভ কৰা আনন্দৰামে কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল যদিও সেয়া সম্পূৰ্ণ নহ'ল। মাত্ৰ ২৯ বছৰীয়া জীৱন কলাতকালত তেখেতে বহুপঠিত "অসমীয়া ল'ৰাৰ মিত্ৰ"কে ধৰি তিনিখন গ্ৰন্থ ৰচনা কৰিছিল। এখেতৰ আপ্ৰাণ চেষ্টাৰ ফলতেই সেই সময়ত চলি থকা [[বাংলা ভাষা]]ৰ ঠাইত পুনঃ [[অসমীয়া ভাষা]] [[অসম]]ত প্ৰৱৰ্তন কৰা হয়।<ref name="ভৰালী">{{cite book | title=এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া | publisher=চিত্ৰলেখা পাব্লিকেশ্বনচ্‌ | author=হেমন্ত কুমাৰ ভৰালী | year=২০০১ | location=গুৱাহাটী | pages=১৬০-১৬৬}}</ref>
 
==জন্ম আৰু শিক্ষাজীৱন==