শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
21 নং শাৰী:
'''শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ''' ([[ইংৰাজী]]: Srimanta Sankaradeva Kalakshetra) বা চমুলৈ '''কলাক্ষেত্ৰ''' [[গুৱাহাটী]]ৰ [[পাঞ্জাবাৰী]]ত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই ভৱনৰ নাম অসমীয়া জাতিৰ পিতামহ স্বৰূপ, বৈষ্ণৱ গুৰু তথা পণ্ডিত মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ নামেৰে ৰখা হৈছে<ref name="touristlink1">{{cite web|url=http://www.touristlink.com/india/srimanta-sankardeva-kalakshetra/overview.html |title=Srimanta Sankardeva Kalakshetra India Tourist Information |publisher=Touristlink.com |date= |accessdate=2013-03-12}}</ref>। [[অসমীয়া সংস্কৃতি]]ৰ প্ৰতীকসমূহৰ ই এক অন্যতম কেন্দ্ৰস্থল। [[অসমৰ সংগীত]] জগতৰ অন্যতম প্ৰসিদ্ধ আৰু পুৰোধ্য ব্যক্তি [[ভূপেন হাজৰিকা]]দেৱৰ এক [[ভূপেন হাজৰিকা সংগ্ৰহালয়|সংগ্ৰহালয়ো]] ইয়াত স্থাপন কৰা হৈছে<ref>{{cite web|url=http://www.kalakshetra-assam.gov.in/ |title=Srimanta Sankaradeva Kalakshetra |publisher=Kalakshetra-assam.gov.in |date= |accessdate=2013-03-12}}</ref>।
 
==ইতিহাস==
প্ৰায় ১৪ একৰ মাটিকালি জুৰি থকা এই সাংস্কৃতিক ভৱন ১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হৈছিল। এই প্ৰকল্পৰ সজ্জা ৰূপায়নৰ কাম "National Informatics Centre Services Incorporative" নামৰ এক প্ৰতিষ্ঠানে কৰিছিল। ১৯৯৮ চনৰ ৯ নৱেম্বৰত প্ৰাক্তন ৰাষ্ট্ৰপতি [[কে আৰ নাৰায়নন|কে আৰ নাৰায়ননে]] এই ভৱন সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰে<ref name="guwahatitimes1">{{cite web|url=http://www.guwahatitimes.com/guwahati/kalakshetra.html |title=Srimanta Sankardev Kalakshetra |publisher=Guwahatitimes.com |date=2011-09-24 |accessdate=2013-03-12}}</ref>।
১৯৮৬ চনৰ ৫ আগষ্ট তাৰিখে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ এখন সভাত সাংস্কৃতিক পৰামৰ্শদাতা কমিটীখনে দিয়া পৰামৰ্শ মতে অসমৰ জনগণৰ সাংস্কৃতিক ঐতিহ্যৰ উন্নয়ন আৰু সংৰক্ষণৰ অৰ্থে আৰু নৃত্য, নাটক, সংগীত, চাৰু কলা, সাহিত্যৰ ক্ষেত্ৰত এক কৰ্ম কেন্দ্ৰ হিচাপে এটা প্ৰকল্প প্ৰতিষ্ঠা কৰিবলৈ স্থিৰ কৰা হৈছিল। ইয়াৰ বাবে সেই বছৰতেই পৰীক্ষামূলক ভাৱে আঁচনি প্ৰস্তুত কৰি সাংস্কৃতিক প্ৰকল্পটোৰ নাম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বুলি নামাকৰণ কৰা হয়। ১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল মহামান্য শ্ৰীভীষ্ম নাৰায়ণ সিং দেৱে এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ১৪ একৰ মাটিকালি জুৰি থকা এই সাংস্কৃতিক প্ৰকল্পৰ সজ্জা ৰূপায়নৰ কাম "National Informatics Centre Services Incorporative" নামৰ এক প্ৰতিষ্ঠানে কৰিছিল। অসম চৰকাৰে ১৯৯০ চনত কলাক্ষেত্ৰ আঁচনিখন অসম চুক্তিৰ ক্লজ-৬ৰ(যিটোত উল্লেখ আছিল যে অসমীয়া মানুহৰ সাংবিধানিক, বিধান পৰিষদীয় আৰু প্ৰশাসনীয় সুৰক্ষা, যিটো সঠিক, তাক সাংস্কৃতিক, সামাজিক, ভাষিক স্বকীয়তা আৰু ঐতিহ্যৰ সুৰক্ষা দিয়া হব) অন্তৰ্গত কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰ চাপে। ইয়াৰ পিছত ১৯৯৮ চনৰ ৯ নৱেম্বৰত প্ৰাক্তন ৰাষ্ট্ৰপতি [[কে আৰ নাৰায়নন|কে আৰ নাৰায়ননে]] এই ভৱন সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰে।<ref name="guwahatitimes1">{{cite web|url=http://www.guwahatitimes.com/guwahati/kalakshetra.html |title=Srimanta Sankardev Kalakshetra |publisher=Guwahatitimes.com |date=2011-09-24 |accessdate=2013-03-12}}</ref><ref>{{cite web |title=ইতিহাস |url=https://kalakshetra.assam.gov.in/as/about-us/%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A6%B8-5 |website=kalakshetraassam. |publisher=অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ}}</ref>
 
 
 
==পৰিধি==